আজি (বৃহস্পতিবাৰ) দিনৰ প্ৰায় ১ বজাত চন্দ্ৰযান-৩ মহাকাশযানৰ বিক্ৰম লেণ্ডাৰ মডিউল প্ৰপালচন মডিউলৰ পৰা সফলতাৰে পৃথক হৈছে।
চন্দ্ৰযান-৩ মহাকাশযানখনে কালি চন্দ্ৰমুখী অন্তিমটো কৌশল সম্পন্ন কৰি কক্ষপথ ১৫৩ কিলোমিটাৰ x ১৬৩ কিলোমিটাৰলৈ হ্ৰাস কৰে।
২৩ আগষ্টত চন্দ্ৰযান-৩ অৱতৰণ কৰাৰ কথা।
Discussion about this post