ছেমিফাইনেলতে ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিল অসম কন্যা লাভলীনা বৰগোহাঁই। লাভলীনাই(Lovlina Borgohain) তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৬৯ কিলোগ্ৰাম ছেমি ফাইনেলত পৰাজয় হয়। পৰাজয় বৰণ কৰিলেও অলিম্পিকৰ ইতিহাসত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয় লাভলীনা। ভাৰতীয় বক্সাৰ গৰাকী পৰাস্ত হয় ৫-০ ব্যৱধানত।
অৱশ্যে আজিৰ মেচখনত পৰাস্ত হ’লেও লাভলীনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিব।
Photo: Google





























Discussion about this post