Tokyo Olympics 2020ৰ পৰা বিদায় মেৰীকমৰ। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰি–কোৱাৰ্টাৰত পৰাস্ত বৰণ কৰিবলগীয়া হয় মেৰীকম। মহিলাৰ ফ্লাইৱেটত কলম্বিয়ান বক্সাৰ ইগনীট ভালেন্সিয়াৰ হাতত পৰাস্ত হয় মেৰীকম। পৰাস্তৰ পিছতে ৰিঙতে মেৰী কমৰ ওলাই চকুপানী।
২৫ জুলাইৰ প্ৰথমখন খেলত ডমিনিকান ৰিপাব্লিকৰ বক্সাৰ হাৰ্ণাণ্ডেজ গ্ৰেছিয়া মিগুলিনাক ৪-১ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল মেৰীকমে।
💔 💔
London @Olympics 🥉medalist @MangteC put up a memorable fight but it wasn’t to be, fell short as she goes down 2-3 against Rio #Olympics 🥉medalist 🇨🇴's Ingrit V in Round of 16 match of @Tokyo2020 . #RingKeBaazigar#boxing#Tokyo2020#Cheer4India#TeamIndia pic.twitter.com/d5RKpusKN6
— Boxing Federation (@BFI_official) July 29, 2021
So unlucky for @MangteC She won round 2 and round 3 and yet lost the bout. Just heartbroken 😢 pic.twitter.com/PhJ2mKgwPg
— Viren Rasquinha (@virenrasquinha) July 29, 2021
World Championships
2001: 🥈
2002: 🥇
2005: 🥇
2006: 🥇
2008: 🥇
2010: 🥇
2018: 🥇
2019: 🥉#Olympics
2012: 🥉The magnificent Mary Kom, 🇮🇳's finest 👏 pic.twitter.com/jtGziI1KaX
— ESPN India (@ESPNIndia) July 29, 2021
আজিৰ প্ৰি–কোৱাৰ্টাৰ ফাইনেলত ৫১ কেজি শাখাত বিশ্ব ৰেংকিঙৰ অষ্টম স্থানৰ কলম্বিয়ান বক্সাৰ ইগনীট ভালেন্সিয়া ভিক্টোৰিয়াৰ হাতত ৩–২ৰ ব্যৱধানত পৰাস্ত হয়।
Photo: Google
Discussion about this post