Tokyo Olympics 2020ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে। ৬৯ কেজি ৱেলটাৰ ৱেইট শাখাত বিজয়ী লাভলীনা। জাৰ্মানীৰ বক্সাৰ নাদিন এপেজক ৩-২ ব্যৱধানত পৰাস্ত কৰে লাভলীনা।
জাৰ্মানীৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ নিৰ্বাচিত হৈছে লাভলীনা। ৩০ জুলাইত অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেল। কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই চীনা টাইপেইৰ নিয়ান চিন চেনৰ সৈতে মুখামুখি হ’ব।
Photo: Google





























Discussion about this post