আজি টকিঅ’ অলিম্পিকলৈ উৰা মাৰিব ভাৰতীয় দল। ৬ দিনৰ পিছত অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক। অসম অলিম্পিক সন্থাই শুভেচ্ছা জ্ঞাপন কৰে। লাভলীনা বৰগোঁহাই আৰু মীৰাবাই চানুলৈ শুভেচ্ছা জ্ঞাপন কৰি এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে। টকিঅ’ অলিম্পিকলৈ ৰাওনা হোৱাৰ পূৰ্বে শুভেচ্ছা জ্ঞাপন কৰে সন্থাটোৱে।
ইফালে বাক্সাৰ লাভলীনা বৰগোঁহাইৰ সফলতা কামনাৰে sports academy of sualkuchi-এ ক’ভিড প্ৰটকলৰ মাজেৰে আয়োজন কৰে শুভেচ্ছামূলক অনুষ্ঠান।
টকিঅ’ অলিম্পিকলৈ ৰাওনা হোৱাৰ পূৰ্বে লাভলীনা বৰগোঁহাইক শুভেচ্ছা জ্ঞাপন কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱায়েও।
Photo: Facebook





























Discussion about this post