• Home
  • Privacy Policy
  • Terms & Conditions
Thursday, May 8, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    মুখ্যমন্ত্ৰী ডঃ হিমন্ত বশ্ব শৰ্মাৰ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ..

    ‘২০২৬ ত কংগ্ৰেছৰ নেতৃত্বতে দিছপুৰত চৰকাৰ গঠন হ’ব’- সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

    ‘২০২৬ ত কংগ্ৰেছৰ নেতৃত্বতে দিছপুৰত চৰকাৰ গঠন হ’ব’- সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

    অপ্ৰতিৰোধ্য ভাৰতবৰ্ষ  – আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়াক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিক্ৰি  …

    অপ্ৰতিৰোধ্য ভাৰতবৰ্ষ – আমেৰিকা, ফ্ৰান্স আৰু আৰ্মেনিয়াক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ বিক্ৰি …

    দুষ্কৃতিকাৰীৰ কোনো দল নাই বুলি মন্তব্য কৰে জনসংযোগ মন্ত্ৰীগৰাকীয়ে  !!

    দুষ্কৃতিকাৰীৰ কোনো দল নাই বুলি মন্তব্য কৰে জনসংযোগ মন্ত্ৰীগৰাকীয়ে  !!

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

    President Murmu invites Chhattisgarh’s Baiga Tribe for 76th Republic Day celebrations ..

    President Murmu invites Chhattisgarh’s Baiga Tribe for 76th Republic Day celebrations ..

    Ayodhya Ram Mandir First Anniversary: Nation Celebrates One Year of Ram Lalla’s ‘Pran Pratishtha’

    Ayodhya Ram Mandir First Anniversary: Nation Celebrates One Year of Ram Lalla’s ‘Pran Pratishtha’

    প্ৰয়াগৰাজত অভিনেতা – ধনকুবেৰ ..

    প্ৰয়াগৰাজত অভিনেতা – ধনকুবেৰ ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
IND vs PAK: ৱৰ্ল্ড কাপ জিকাৰ সমান PAKৰ বিৰুদ্ধে ভাৰতৰ এই জয়; জয়ী হোৱাৰ পিছতে কান্দি উঠিল কিং কোহলী (Virat Kohli), কোহলীক দেখি হাৰ্দিক পাণ্ডিয়াও উঠিল কান্দি

কি হৈছে যুৱ প্ৰজন্মৰ! স্কুললৈ নোযোৱাৰ বাবে মাকে গালি পাৰিছিল পুত্ৰক; খঙত ১৬ বছৰীয়া কিশোৰে চীপ লগাই কৰিলে আত্মহত্যা, মাতৃৰ কান্দোন

আচৰিত! ভাৰত-পাকিস্তানৰ খেলে প্ৰাণ ল'লে এজন যুৱকৰ; খেল চাই থাকোতে ভাৰতৰ বেটিঙৰ শেষ অভাৰটোত চকীৰ পৰা উঠি চিঞৰ মাৰিছিল যুৱকজনে, তাৰ পিছত এই কৰুণ ঘটনা

IND vs PAK: ৱৰ্ল্ড কাপ জিকাৰ সমান PAKৰ বিৰুদ্ধে ভাৰতৰ এই জয়; জয়ী হোৱাৰ পিছতে কান্দি উঠিল কিং কোহলী (Virat Kohli), কোহলীক দেখি হাৰ্দিক পাণ্ডিয়াও উঠিল কান্দি

IND vs PAK Virat Kohli Crying: দেওবাৰে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ খেলখন জিকাৰ পিছত টীম ইণ্ডিয়াৰ ষ্টাৰ ক্ৰিকেটাৰ বিৰাট কোহলী কান্দি উঠিছিল। পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ খেলখনত দেৱালীৰ পূৰ্বে এই প্ৰচণ্ড বিজয় ভাৰতৰ বাবে বিশ্বকাপ জিকাৰ সমান আছিল।

Khatang Khobor by Khatang Khobor
October 24, 2022
in ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
Share on FacebookShare on Twitter

IND vs PAK: দেওবাৰে পাকিস্তানৰ (Pakistan) বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ (T20WorldCup) খেলখনত ভাৰতক নিজৰ দমত জয়ৰ দিশে আগুৱাই নিয়াৰ পিছত টীম ইণ্ডিয়াৰ (Team India) তাৰকা বেটছমেন বিৰাট কোহলী (Virat Kohli) কান্দি উঠে। পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ খেলখনত দেৱালীৰ পূৰ্বে এই প্ৰচণ্ড বিজয় ভাৰতৰ বাবে বিশ্বকাপ জিকাৰ সমান আছিল। টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ভাৰতক পাকিস্তানৰ বিৰুদ্ধে ৪টা উইকেটত জয়লাভ কৰাৰ পিছত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু কান্দিবলৈ আৰম্ভ কৰিলে।

ৱৰ্ল্ড কাপ জিকাৰ সমান PAKৰ বিৰুদ্ধে ভাৰতৰ এই জয়

বিৰাট কোহলীক কান্দি (Virat Kohli Crying) থকা দেখি টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াইও (Hardik Pandya) কান্দি উঠে। বিৰাট কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে ৫৩টা বলত ছয়টা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত অপৰাজিত ৮২ ৰান কৰি দীপাৱলীৰ এদিন পূৰ্বে সমগ্ৰ ভাৰতত উদযাপন আৰম্ভ কৰিছিল। পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পিছত, বিৰাট কোহলীয়ে আনন্দেৰে গৰ্জন কৰিবলৈ আৰম্ভ কৰে। সেই সময়ছোৱাত, বিৰাট কোহলীৰ চকুৰ পৰা চকুপানী ওলাই আহিছিল আৰু তেওঁ অতি আৱেগিক হৈ পৰিছিল।

Save this moment, you don't see Virat Kohli CRYING everyday. 😭🥹❤️#ViratKohli | #INDvsPAK2022 | #INDvPAK | #KingKohli | #T20WorldCup2022 | #ICCT20WorldCup2022 pic.twitter.com/8I7K5Fay9s

— GAFOOR GHISELA (@ParitoshK_2016) October 23, 2022

He was crying, the emotions this man created, never seen a better player than him. #ViratKohli𓃵 thanks for everything G.O.A.T Virat Kohli #INDvsPAK2022 pic.twitter.com/ov3dkqrtja

— Nimit Narayani (@nimit2611) October 23, 2022

Save this moment, you don't see Virat Kohli CRYING everyday. 😭🥹❤️#ViratKohli | #INDvsPAK2022 | #INDvPAK | #KingKohli | #T20WorldCup2022 | #ICCT20WorldCup2022 pic.twitter.com/8I7K5Fay9s

— GAFOOR GHISELA (@ParitoshK_2016) October 23, 2022

Happy Diwali!
This is how Legends celebrated the Indian win#INDvsPAK #T20WorldCup2022 #T20WConSportsTak pic.twitter.com/hIkXzE0Ogm

— Vikrant Gupta (@vikrantgupta73) October 23, 2022

জিকাৰ লগে লগে কান্দি উঠিছিল বিৰাট কোহলী (Virat Kohli)

বিৰাট কোহলীক প্ৰথমবাৰৰ বাবে ভাৰতীয় অনুৰাগীসকলে ইমান আৱেগিক দেখা পাইছিল। বিৰাট কোহলীক দেখি ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াও আৱেগিক হৈ পৰিছিল। হাৰ্ডিক পাণ্ডিয়াও বিৰাট কোহলীৰ সৈতে কান্দিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা খেলপথাৰলৈ আহে আৰু বিৰাট কোহলীক কোলাত তুলি লয়। টীম ইণ্ডিয়াৰ বাকী খেলুৱৈসকলে ফূৰ্তিত মেলবৰ্ণ খেলপথাৰত দৌৰিবলৈ আৰম্ভ কৰিছিল।

গোটেই পৰিৱেশটো এনেকুৱা আছিল যেন ভাৰতে বিশ্বকাপ জয় কৰিছিল

পাকিস্তানৰ বিৰুদ্ধে মেচখন জিকাৰ পিছত, সমগ্ৰ পৰিৱেশটো এনেকুৱা হৈ পৰিছিল যেন ভাৰতে বিশ্বকাপ জিকিছে। খেলখনৰ পিছত বিৰাট কোহলীয়ে কয়, “এয়া এক আশ্চৰ্যকৰ পৰিৱেশ। আজিৰ অনুভৱ বৰ্ণনা কৰিবলৈ মোৰ ওচৰত সম্ভৱতঃ শব্দ নাই। এইটো এটা অতি বিশেষ মুহূৰ্ত। মই মোহালিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মোৰ ইনিংছক এই ফৰ্মেটত সৰ্বশ্ৰেষ্ঠ বুলি বিবেচনা কৰিছিলো, কিন্তু এতিয়া হয়তো মই ক’ম যে এইটো মোৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ।’

Photo: Twitter

আৰু পঢ়কঃ https://khatangkhobor.com/%e0%a6%95%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%ae/16-years-old-boy-commited-suicide-at-kaliabar-in-assam/12415/

Tags: Hardik PandyaIND vs PAKIndiaNationalPakistanSportsT20WorldCupVirat KohliVirat Kohli Cryingকান্দি উঠিল বিৰাট কোহলীক্ৰীড়াটি-২০ বিশ্বকাপপাকিস্তানবিৰাট কোহলীভাৰতভাৰত বনাম পাকিস্তানৰাষ্ট্ৰীয়হাৰ্দিক পাণ্ডিয়া
Previous Post

কি হৈছে যুৱ প্ৰজন্মৰ! স্কুললৈ নোযোৱাৰ বাবে মাকে গালি পাৰিছিল পুত্ৰক; খঙত ১৬ বছৰীয়া কিশোৰে চীপ লগাই কৰিলে আত্মহত্যা, মাতৃৰ কান্দোন

Next Post

আচৰিত! ভাৰত-পাকিস্তানৰ খেলে প্ৰাণ ল’লে এজন যুৱকৰ; খেল চাই থাকোতে ভাৰতৰ বেটিঙৰ শেষ অভাৰটোত চকীৰ পৰা উঠি চিঞৰ মাৰিছিল যুৱকজনে, তাৰ পিছত এই কৰুণ ঘটনা

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তান।

সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তান।

May 2, 2025
২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰত-ফ্ৰান্সৰ ।

২৬ খন ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ ভাৰত-ফ্ৰান্সৰ ।

April 29, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist