ক্ৰীড়া প্ৰেমীসকলৰ বাবে এটা বেয়া খবৰ। বক্সাৰ লাভলীনা বৰগোহাঁইয়ে (Lovlina Borgohain) অংশ ল’ব নোৱাৰিব ‘নেশ্যনেল গেমছ’ (National Games)ত।
প্ৰশিক্ষণৰ সময়ত নাকত আঘাত পাইছে লাভলীনা বৰগোহাঁইয়ে। যাৰ বাবে লাভলীনাক চিকিৎসকে দিছে বিশ্ৰামৰ পৰামৰ্শ। নেশ্যনেল গেমছত পদক প্ৰায় নিশ্চিত আছিল লাভলীনা বৰগোহাঁইৰ (Boxer Lovlina Borgohain)।
উল্লেখ্য যে, নেশ্যনেল গেমছত অসমৰ পতাকা বহন কৰিব অম্লান বৰগোহাঁয়ে। আজি নিশা নিশ্চিত হ’ব পতাকা বহনকাৰী ছোৱালী খেলুৱৈৰ নাম।
Photo: Google




























Discussion about this post