মহানগৰীৰ (Guwahati) হাতীগাঁৱত (Hatigaon) এক নৃশংস হত্যাকাণ্ডৰ (Murder Case) ঘটনা সংঘটিত হৈছে। ডিঙি চেপি হত্যা কৰিলে বোৱাৰীয়েকক। দিলোৱাৰা ওৰফে প্ৰতিমা বেগমক ডিঙি চেপি হত্যা কৰিলে স্বামী ৰূপচান আৰু পৰিয়ালৰ সদস্যই।
হাতীগাঁও আৰক্ষীয়ে (Hatigaon Police) পৰিয়ালৰ আটাইকেইজনক গ্ৰেপ্তাৰ (Arrest) কৰিছে। হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীক খবৰ নিদিয়াকৈ দিছপুৰ হাস্পতালত (Dispur Hospital) মহিলাগৰাকীৰ ভৰ্তি কৰোৱাই নাটক ৰচিছিল। যৌতুক (Dowry) বিচাৰি অত্যাচাৰ কৰিছিল স্বামী আৰু পৰিয়ালৰ লোকে।
আনহাতে ছোৱালী আৰু ল’ৰা দুয়োৰে উপযুক্ত বিয়াৰ বয়স হোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰে একাংশ স্থানীয় ৰাইজে।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/uruka-fish-market-bhogali-bihu-all-over-assam-big-fish/6038/
Discussion about this post