পানবজাৰ আৰক্ষীৰ (PanBazaar Police) জালত এগৰাকী মহিলা ATM চোৰ (Women ATM Thief)। ATM চোৰ কৰি মহিলাগৰাকীয়ে লুটিছিল প্ৰায় ৬৫হাজাৰ টকা (Women Loot 65 Thousand Rupees)। লতাশিলৰ এটা ATMৰ পৰা মহিলাগৰাকীয়ে গ্ৰাহকৰ ATM চোৰ কৰি লুটিছিল হাজাৰ হাজাৰ টকা। মহিলাগৰাকীৰ নাম চাহিদা বেগম।
মহিলাগৰাকীৰ বিৰুদ্ধে বহু ঠাইত ৰুজু হৈ আছিল গোচৰ। পানবজাৰ আৰক্ষীয়ে (PanBazaar Police) বহু দিন ধৰি বিচাৰি আছিল মহিলাগৰাকীক। অৱশেষত আৰক্ষীয়ে বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিলে মহিলাগৰাকীক (Women ATM Thief Arrest)। বৰ্তমান মহিলা থানাত ৰখা হৈছে মহিলাগৰাকীক।
Photo & Input: Khatang Khobor




























Discussion about this post