বৰপেটাত (Barpeta) পত্নী হত্যাকাৰীক (Wife Murder) ১০ বছৰৰ কাৰাদণ্ড আদালতৰ (10 years Imprisonment)। পত্নী হত্যাকাৰী কংকণজ্যোতি দাসক ১০ বছৰৰ কাৰাদণ্ড অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ (District & Sessions Judge Court) ৷
২০১৫ চনৰ ১৮ ফেব্ৰুৱাৰীত পত্নী প্ৰীতিৰেখা দাসক কেৰাচিন ঢালি জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল স্বামী কংকণজ্যোতি দাসৰ বিৰুদ্ধে ৷ বৰপেটা চহৰৰ দহাটী নিবাসী প্ৰীতিৰেখা দাস বৰপেটা আদালতৰ (Barpeta Court) এগৰাকী অধিবক্তা (Advocate) আছিল ৷
ভাতৃৰ ভাষ্য-
২০১৪ চনৰ ৬ ডিচেম্বৰ মাহত বৰপেটা চহৰৰ দক্ষিণ হাটীৰ কংকণজ্যোতি দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল প্ৰীতিৰেখা দাস ৷ যৌতুকৰ দাবীৰে সম্পূৰ্ণ পৰিকল্পিতভাবে কেৰাচিন ঢালি জুই জ্বলাই প্ৰীতিৰেখা দাসক হত্যা কৰা বুলি স্বামী কংকণজ্যোতি দাসৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল ৷
Photo & Input: ৰবিউল ইছলাম
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-egg-yellow-part-never-eat-truth/10106/
Discussion about this post