সংখ্যালঘু সংগঠনৰ নেতাক হত্যাৰ ভাবুকি। দহ লাখ টকাৰ বিনিময়ত What’s app SMSযোগে দিয়া হয় এই ভাবুকি। 9746983038 নম্বৰৰ পৰা whatsAapযোগে 9854182924 নম্বৰত মৃত্যুৰ ভাবুকি দিয়ে। দৰঙৰ দলগাঁৱৰ বাসিন্দা তথা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফাৰ লগতে প্ৰাক্তন সাধাৰণ সম্পাদক আবু বক্কৰ ছিদ্দিক কান্দুলি আঞ্চলিক সমিতিৰ ক্ৰীড়া সম্পাদক আবু ছামা খন্তাজক।
ঘটনা সন্দৰ্ভত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ ( খলিফা গোট)ৰ সভাপতি মহম্মদ আলী খলিফাই দলগাঁও থানাত এজাহাৰ দাখিল কৰে। Whatchap Smsযোগে দিয়া ভাবুকি আছিল এনেধৰণৰ-
আপোনাক যিকোনো সময়তে হত্যা কৰা হ’ব
মই আপোনাক হত্যা কৰিবলৈ সাজু আছো
আপুনি অলপ সাৱধানে থাকিব দে
** কোন তুমি
##দহ লাখ টকাৰ বিনিময়ত
**কোনে দিব টকা
##কোনো ক’ব লাগিব নেকি
* অ ক’ব লাগিব
##আপোনাক হত্যা কৰাৰ পিছত কম
* হয় নেকি
*মৰা মানুহ কথা ক’ব জানে নেকি
# আবু বক্কৰ ছিদ্দিকিও মৰিব
**হয় নেকি
# হয়
* কিহৰ কাৰণে মৰিব খোজিছা।
# ইয়াৰ কাৰন মই নাজানো
* কাৰন জানি লোৱা
##কাৰন নকয়
* ক’ৰ মানুহে মাৰিব দিছে।
## নগাঁও জিলাৰ
*অকে
##এতিয়া আপুনি অলপ সাৱধানে থাকিব, আবু বক্কৰ ছিদ্দিকো কৈ দিব।
তুমি কোৱা
##চিন্তা নকৰিবা
সময়ে ক’ব
## লগতে আৰু এজন আছে সেইজন হৈছে কান্ধুলীমাৰী আঞ্চলিক কমিটীৰ ল’ৰা আবু শ্বামা খান্তাজ ইয়াকো মাৰিম।
##ইয়েইও উৎপাত কৰি আছে।
# এজন আমছুৰ নেতাৰ বিৰুদ্ধে কথা কৈ আছে।
* অকে
** আৰু কাক কাক মাৰিবা
## মোক চুপাৰী দিছে আপোনাৰ লগত আৰু দুই জন
## প্ৰাক্তন আমছু নেতাৰ বিৰুদ্ধে আৰু নক’ব
নহ’লে মৰিব
#তিনিজনক মাৰিলে দহলাখ টকা পাম।
##মোৰ হাতত আপোনাৰ ফটো আৰু ঠিকনা দিছে
##সাৱধান এই এছএমএছ নিউজ নবনাব
##পুলিচক দিলেও একো লাভ নাই
## ১/মহম্মদ আলী খলিফা( দৰং) ২/ আবু বক্কৰ ছিদ্দিক (জৰীয়া) আৰু আবু শ্বামা খান্তাজ (জুৰীয়া , কান্ধুলীমাৰী)
Photo & Input: নুৰজামাল হক
Discussion about this post