ৰূপহীহাটৰ গড়াজানত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। স্বামী আৰু সন্তানক এৰি পলাই গ’ল ৭বাৰ কৈ বিবাহ পাশত হোৱা এজন কাঠ মিস্ত্ৰীৰ লগত। কাঠমিস্ত্ৰী জনৰ নাম মাইনুল হক।
পলাই যোৱা মহিলাগৰাকীৰ স্বামী বৰ্তমান বহিঃৰাজ্যত কৰ্মৰত। স্বামীয়ে ঘৰ চলাবলৈ বহিঃৰাজ্যৰ পৰা ৮০ হাজাৰ টকা পঠাইছিল নিজ পত্নীলৈ কিন্তু সেই টকালৈ নিজ সন্তানৰ মুখৰ পিনে নাচাই অন্য লোক এজনলৈ পলাই যায়।
স্বামীৰ ভাষ্য-
যেতিয়া স্বামীয়ে ঘটনাৰ বিষয়ে জ্ঞাত হয় কান্দি-কান্দি গড়াজান আৰক্ষী পহৰা চকীৰ আৰক্ষীক ফুল কমলীয়া তিনি সন্তানৰ খাতিৰত উভতাই আনি দিবলৈ এক এজাহাৰ দাখিল কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি ব্যাপক কৌতুহলৰ সৃষ্টি কৰিছে।
Photo & Input: Abu Hanifa




























Discussion about this post