মৰিগাঁৱত (Morigaon) সংঘটিত হৈছে এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা (Suicide Case)। প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী জোৱান ৰণ্টু মেধিৰ আত্মহত্যা (Home Guard Jawan Commited Suicide)। 3 Not 3 ৰাইফলেৰে মূৰত গুলিয়াই আত্মহত্যা কৰে জোৱানজনে।
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ (SP Office) পহৰাৰ দায়িত্বত নিয়োজিত আছিল ৰন্টু মেধি নামৰ জোৱানজন। কিন্তু কি কাৰণত আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। মৃত্যুৰ সময়ত জোৱানজনে চিৰদিনৰ বাবে এৰি থৈ গ’ল পত্নীসহ এটি কণমানি কন্যা সন্তানক। মৃত ৰণ্টু মেধিৰ ঘৰ কাহিবাড়িত।
Photo & Input: শশী কান্ত বৰদলৈ
Published By: Dulu Medhi
Discussion about this post