হোজাই (Hojai) জিলাৰ কাকী দুইহাজাৰ বিঘাৰ দৃশ্য এয়া। অবৈধ সম্পৰ্ক থকা অভিযোগ তুলি চেকনিৰে প্ৰচণ্ড মাৰপিট (Beaten)। এই ঘটনা চলিত মাহৰ ১৩ নৱেম্বৰৰ। ঘৰৰ চোতালত মহিলা দুগৰাকীক প্ৰহাৰ গাৱৰ একাংশ মহিলাৰ।
চাওক ভিডিঅ’-
কিন্তু কথা হ’ল আজিৰ দিনত আইন ব্যৱস্থা থকাৰ পাছতো মৰেল পুলিচগিৰি (Moral Policing) কেনেকৈ কৰিবলৈ পালে। এনে মানসিকতা থকা সমাজৰ এই সকলক প্ৰসাশনে কি ব্যৱস্থা ল’ব সেয়া সময়তহে লক্ষনীয় হ’ব।
ঘৰৰ কোনো লোক নথকা অৱস্থাত এইসকলে মানুহ কেইগৰাকীক মাৰপিট নকৰি প্ৰশাসনক কিয় গতাই নিদিলে?
Photo: Khatang Khobor




























Discussion about this post