ৰূপহীহাটৰ (Rupahihat) ভুৰবন্ধাত ভয়ংকৰ অগ্নিকাণ্ড (Fire)। পত্নীৰ সৈতে কাজিয়া কৰি স্বামীয়ে জ্বলাই দিলে বাসগৃহ। দুপৰীয়াৰ ভাগত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা।
শিবুচৰণ মণ্ডল নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰে। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন।
Photo & Input: Abu Hanifa





























Discussion about this post