দৰঙত পুনৰ লভ জেহাদৰ বলি বিবাহিতা মহিলা। ফেচবুকত প্ৰেমৰ সম্পৰ্কৰে দৰঙৰ এগৰাকী বিবাহিতা মহিলাক পলুৱাই নি গ্ৰেপ্তাৰ হ’ল এজন যুৱক ৷
মৈৰাবাৰী থানাৰ অন্তৰ্গত উৰালকাটা গাঁৱৰ এনামুল হক নামৰ যুৱক এজনে দৰঙৰ গেৰিমাৰিৰ বিবাহিতা হিন্দু মহিলা এগৰাকীক প্ৰেমৰ জালেৰে পলুৱাই লৈ যায় ৷
এই ঘটনাৰ পিছতে পৰিয়ালৰ লোকে এই সন্দৰ্ভত মঙলদৈ আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে মৈৰাবাৰী থানাৰ অন্তৰ্গত উৰালকাটা গাঁৱৰ পৰা মহিলা গৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি মঙলদৈ আৰক্ষীৰ জিম্মাত আছে যুৱকসহ মহিলা ৷
Photo & Input: Bhabesh Kalita
Discussion about this post