বোকাখাতৰ (Bokakhat) কুৰুৱাবাহীত এক লোমহৰ্ষক হত্যাকাণ্ডৰ (Horrific Murder Case) ঘটনা সংঘটিত হৈছে। স্বামীয়ে প্ৰাণ কাঢ়িলে পত্নীৰ (Wife Killed By Husband)। স্বামী মানস গাংগুলীয়ে হত্যা কৰিলে পত্নী পাপৰি শইকীয়াক।
বৃহস্পতিবাৰে নিশা নিজ বাসগৃহতে হত্যা কৰিলে স্বামীয়ে পত্নীক। পাৰিবাৰিক সংঘাতৰ ফলতে এই ভয়ংকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।
ঘৰৰ কোঠাৰ ভিতৰত উলংগ অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। পুৱাই স্থানীয় লোকে মৃতদেহটো দেখা পাই আৰক্ষীয়ে খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত (Bokakhat Police) উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। স্বামীয়ে নিৰ্মমভাবে প্ৰহাৰ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। পত্নীক হত্যা কৰি পলায়ন কৰে স্বামী মানস গাংগুলীয়ে।
Photo: Khatang Khobor




























Discussion about this post