মহানগৰীত (Guwahati) পুনৰ ধন লুটৰ (Money Loot Dacoit) ঘটনা। মহানগৰীৰ ৰুক্মিণীগাঁৱত (Rukmini Gaon) এজন লোকৰ পৰা ধন লুটি নিয়ে ডকাইতে। নম্বৰবিহীন বাইকত আহিছিল ৪টা ডকাইত (4 Dacoits Loot Money)।
চাৰিটা ডকাইতে ঘনকান্ত বৰা নামৰ হেঙৰাবাৰীৰ (Hengrabari) এজন লোকে SBI ৰুক্মিণীগাঁৱৰ শাখাৰ পৰা ২লাখ টকা উলিয়াই আনোতেই কাঢ়ি লৈ যায় ডকাইত কেইটাই। CCTVত বন্দী সমগ্ৰ দৃশ্য। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত (Dispur Police) গোচৰ ৰুজু লোকজনৰ।
Photo & Input: Ramesh Baishya




























Discussion about this post