• Home
  • Privacy Policy
  • Terms & Conditions
Sunday, June 1, 2025
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
    • All
    • অসম
    • আন্তঃৰাষ্ট্ৰীয়
    • উত্তৰ-পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    এয়াৰ ইণ্ডিয়াৰ “নমস্তে ৱৰ্ল্ড” বিক্ৰি …….

    Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    ‘Challenging’ trial run on 179-degree rising gradient successful, Kashmir inches closer to direct rail connection …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    মনোৰম প্ৰকৃতিৰ মাধুৰ্যৰ আকৰ পাতালকোট …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    অসমৰ যুৱতীক বেংগালুৰুত অতি নৃশংস ভাৱে হত্যা …

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    আমেৰিকাই ভাৰতক উভতাই দিলে ১০০ কোটি মূল্যৰ ১৪৪০ পুৰাতাত্বিক সামগ্ৰী ..

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    ৩ ঘন্টা ধৰি নিৰ্যাতন! গুজৰাটত ৰেগিঙে প্ৰাণ কাঢ়িলে MBBSৰ ছাত্ৰৰ…

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    পখী বিশেষজ্ঞ আবিদুৰ ৰহমানলৈ সন্মানীয় বিলি অৰ্জন সিং মেম’ৰিয়েল বঁটা

    Monipur boiling again …

    Monipur boiling again …

  • বিবিধ
    • All
    • ৰাজনীতি
    • শিক্ষা
    • স্বাস্থ্য
    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    Covid-19 : কেৰালা, মুম্বাই, দিল্লীৰ সন্মুখীন হৈছে ক’ভিডৰ প্ৰকোপ; ৰোগীৰ বাবে প্ৰস্তুতি চিকিৎসালয়সমূহৰ

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত নীৰৱতা ভংগ আছুৰ …

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    অসমীয়া সু-সন্তান ড০ উপাসনা মহন্তই “কেমব্রিজ ইণ্টাৰনেচনেলে ষ্ট্ৰেটেজিক হায়াৰ এডুকেচন এডভাইচাৰী কাউন্সিল’’ (Strategic Higher Education Advisory Council) ৰ সদস্যৰূপে মনোনীত

    ইউৰিক এচিড (Uric Acid) ….

    ইউৰিক এচিড (Uric Acid) ….

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বেংগালুৰু চিটি বিশ্ববিদ্যালয়ৰ (Bangalore City University) নাম সলনি !!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    বিশ্ববিদ্যালয়ত মহিলাৰ নামভৰ্তিৰ হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে !!!

    Attack on Actor Saif Ali Khan : বলীউডৰ ‘নবাব’ অভিনেতা ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ ৷  বৰ্তমান অভিনেতাজন বান্দ্ৰাৰ লীলাৱতী চিকিৎসালয় চিকিৎসাধীন হৈ আছে ৷

    ঘৰলৈ উভতিল অসুস্থ ছঈফ আলী খান …

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    দ্বীপ ৰাষ্ট্ৰ ডমিনিকাই (Dominica) দেশৰখনৰ শীৰ্ষ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।

    মুখ্যমন্ত্ৰী ডঃ হিমন্ত বশ্ব শৰ্মাৰ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ..

  • ক্ৰীড়া
  • জীৱন শৈলী
    • All
    • খাদ্য
    • ফেশ্বন
    • মনোৰঞ্জন
    Small but MIGHTY !

    Small but MIGHTY !

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় ওকা…..

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    আপুনি বাৰু নিজক কিধৰণে গ্ৰহণ কৰে কিমান ভাল পায় নিজকে ?

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    হলৌবন্ধু বাৰেকুৰিলৈ অসম গৌৰৱ বঁটা ..

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ শুভেচ্ছা !!

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    ভক্তৰ বাবে ২ মে’ত খোল খাব বাবা কেদাৰনাথ ধামৰ দুৱাৰ ..

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    মহাকুম্ভৰ পৰা ৩লাখ কোটি টকা উপাৰ্জন কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে…

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    ‘মোৰ মা-দেউতাৰ মোক হাৰ্ভাৰ্ডলৈ পঠিয়াবলৈ সামৰ্থ্য নাছিল’- Nita Ambani, an Indian philanthropist and businesswoman.

    “ডায়েৰী অব্ মণিপুৰ”  : মহা কুম্ভমেলাৰ মনালিছা ..

    “ডায়েৰী অব্ মণিপুৰ” : মহা কুম্ভমেলাৰ মনালিছা ..

  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
No Result
View All Result
Khatang Khabar
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট
চাঞ্চল্যকৰ! দলঙৰ কাষত বাহন ৰখোৱাই নতুন শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ এজন যুৱকৰ (Boy Jump); গাড়ীৰ ধাৰ পৰিশোধ কৰিব নোৱাৰাৰ বাবে বাচি ল’লে এই পথ, ইফালে পুত্ৰৰ নিৰুদ্দেশৰ পিছতে মাতৃৰ হিয়া ভগা কান্দোন

হায় ৰে ৰাজ্য চৰকাৰ! চৰকাৰী হাস্পতালত ভয়ংকৰ ঘটনা; জেনেৰেটৰত তেল নথকাৰ বাবে কৰিব নোৱাৰিলে প্ৰসূতিক অস্ত্ৰোপচাৰ, অস্ত্ৰোপচাৰ কক্ষতে কৰুণ মৃত্যুক সাৱটিলে গৰ্ভৰ সন্তানসহ মাতৃয়ে

কৰুণ! কৰ্তব্যৰ পৰা ঘৰলৈ উভতিছিল কিন্তু ঘৰ গৈ নাপালে; দ্ৰুতবেগী ট্ৰাকে স্কুটীক খুন্দা মৰাৰ ফলত কৰুণ মৃত্যুক সাৱটিলে প্ৰাঞ্জল বৈশ্য নামৰ যুৱকজনে, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যুৱকজনক বহু দূৰলৈ চোচৰাই লৈ যায় ট্ৰাকে

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যুৱকজনে ব্ৰহ্মপুত্ৰত জাঁপ দিয়া বুলি। ইতিমধ্যে জালুকবাৰী আৰক্ষীৰ (Jalukbari Police) এটা দলে অনুসন্ধান চলাই আছে

Khatang Khobor by Khatang Khobor
June 3, 2022
in ক্ৰাইম, খবৰ
0 0
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ (Brahmaputra) নতুন শৰাইঘাট দলঙত (New Saraighat Bridge) অঘটন। মহানগৰীৰ জালুকবাৰী (Jalukbari) নুতন শৰাইঘাট দলঙত এই ঘটনা। ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বাচি ল’লে এই চৰম পথ (Boy Jump Off New Saraighat Bridge)। দলঙৰ কাষত নিজৰ Alto বাহনখন ৰখাই জঁপিয়ালে যুৱকজনে। বাহন খনৰ নং AS01 DS 9533।

https://khatangkhobor.com/wp-content/uploads/2022/06/WhatsApp-Video-2022-06-03-at-1.59.51-PM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/06/WhatsApp-Video-2022-06-03-at-1.59.49-PM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/06/WhatsApp-Video-2022-06-03-at-1.58.12-PM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/06/WhatsApp-Video-2022-06-03-at-1.59.54-PM.mp4
https://khatangkhobor.com/wp-content/uploads/2022/06/WhatsApp-Video-2022-06-03-at-1.58.13-PM.mp4

ব্ৰহ্মপুত্ৰত জাঁপ দিয়া যুৱকজনৰ নাম নয়নজ্যোতি তালুকদাৰ। যুৱকজনৰ ঘৰ ৰূপ নগৰত। ইতিমধ্যে জালুকবাৰী থানাত যুৱকজনৰ নিৰুদ্দেশৰ এজাহাৰ দাখিল কৰে পৰিয়াল লোকে। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যুৱকজনে ব্ৰহ্মপুত্ৰত জাঁপ দিয়া বুলি। ইতিমধ্যে জালুকবাৰী আৰক্ষীৰ (Jalukbari Police) এটা দলে অনুসন্ধান চলাই আছে।

দলঙৰ কাষতে ৰখাই থোৱা গাড়ীখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে মোবাইল ফোন, এটা মানি বেগ আৰু ড্ৰাইভিং লাইচেঞ্চো উদ্ধাৰ কৰে। ইফালে যুৱকজনৰ মাতৃয়ে পুত্ৰৰ নিৰুদ্দেশৰ পিছতে কান্দি কান্দি হাবাথুৰি খাইছে। মাতৃয়ে সংবাদ মাধ্যম যোগে গোহাৰি জনাইছে যে যদি কোনো সদাশয় ব্যক্তিয়ে কোনোধৰণৰ তথ্য পালে আৰক্ষীৰ লগতে পৰিয়ালৰ লোকক জনাই।

Photo & Input: Ramesh Baishya

আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-incident-pregnant-woman-and-her-baby-died-at-lakhimpur-medical-college-in-assam/9487/

Tags: Boy Jump Off New Saraighat BridgeCrimeGuwahatiJalukbari PoliceKhoborSuicide Caseঅপৰাধআত্মহত্যাৰ ঘটনাখবৰগুৱাহাটীজালুকবাৰী আৰক্ষীব্ৰহ্মপুত্ৰত জাঁপ যুৱকৰ
Previous Post

হায় ৰে ৰাজ্য চৰকাৰ! চৰকাৰী হাস্পতালত ভয়ংকৰ ঘটনা; জেনেৰেটৰত তেল নথকাৰ বাবে কৰিব নোৱাৰিলে প্ৰসূতিক অস্ত্ৰোপচাৰ, অস্ত্ৰোপচাৰ কক্ষতে কৰুণ মৃত্যুক সাৱটিলে গৰ্ভৰ সন্তানসহ মাতৃয়ে

Next Post

কৰুণ! কৰ্তব্যৰ পৰা ঘৰলৈ উভতিছিল কিন্তু ঘৰ গৈ নাপালে; দ্ৰুতবেগী ট্ৰাকে স্কুটীক খুন্দা মৰাৰ ফলত কৰুণ মৃত্যুক সাৱটিলে প্ৰাঞ্জল বৈশ্য নামৰ যুৱকজনে, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যুৱকজনক বহু দূৰলৈ চোচৰাই লৈ যায় ট্ৰাকে

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • 1w
  • 1win aviator oyununda qeydiyyat 719
  • 1win Azerbajany
  • 1Win Brasil
  • 1win yüksək bonusların və əmsalların olduğu çox qazandıran bukmeker 131
  • 1xbet apk
  • 1xbet Argentina
  • 1xbet Azerbajan
  • 1xBet Azərbaycan yükle Android və iPhone: bonus 100 , giriş, idman mərcləri 851
  • 1xbet Brazil
  • 1xbet giriş
  • 1xbet qeydiyyat
  • 4
  • 50 Darmowych Spinów na Book of Dead w Vulkan Vegas 6
  • 6
  • American Citizenship
  • Aviator oyunu kazandırıyor nasıl oynanır, hilesi, taktikleri 659
  • AWARD
  • Azerbajany Mostbet
  • b1bet apostas
  • Betmotion brazil
  • Bezpłatna Kasa Za Rejestrację Krajowe vulkan vegas gry za 1 grosz Kasyna Pochodzące z Bonusami W Start 230
  • Blog
  • Bookkeeping
  • Car Accident
  • Casino
  • Cryptocurrency News
  • Death
  • Development
  • Disaster
  • ELECTRICITY
  • FINANCE DEPT.
  • Flood
  • FOREST
  • India Mostbet
  • Indian Antiquities
  • JOB
  • JOBS
  • KK Fact Check
  • Lisenziyalı onlayn kazinolar: saytı necə seçmək olar 188
  • Medical Science
  • mostbet apk
  • mostbet az 90
  • mostbet azerbaijan
  • mostbet giriş
  • mostbet kirish
  • mostbet ozbekistonda
  • mostbet royxatga olish
  • mostbet UZ
  • Nature
  • Online dating
  • pagbet brazil
  • PinUp apk
  • PinUp Brazil
  • political
  • Rail Accident
  • Sober living
  • SPACE SCIENCE
  • Technology
  • Uncategorized
  • Vulkan Vegas ️: Spieler Erfahrungen und Betrugstest 2023 877
  • Vulkan Vegas DE
  • vulkan vegas DE login
  • WAR
  • Сегодня, 1 июля началась онлайн-регистрация документов соискателей в магистратуру 847
  • Финтех
  • Форекс Брокеры
  • অসম
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খবৰ
  • খাদ্য
  • চৰ্চিত ফেচবুক পোষ্ট
  • চিনেমা জগত
  • জীৱন শৈলী
  • ফেশ্বন
  • বতৰ
  • বিবিধ
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • শিক্ষা
  • সংস্কৃতি
  • স্বাস্থ্য
  • コニベット

Recent News

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি হ’ব সেই বিষয়ে পূৰ্বেই সকলো জানিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি এই কথা মুখ্যমন্ত্ৰীয়ে জনাইছিল ভূপেন বৰাকো।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেতিয়া সলনি হ’ব সেই বিষয়ে পূৰ্বেই সকলো জানিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি এই কথা মুখ্যমন্ত্ৰীয়ে জনাইছিল ভূপেন বৰাকো।

May 27, 2025
Car ploughs into fans at Liverpool parade, at least 50 people were injured and 27 have been hospitalized on Monday …

Car ploughs into fans at Liverpool parade, at least 50 people were injured and 27 have been hospitalized on Monday …

May 27, 2025
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • মূলপৃষ্ঠা
  • খবৰ
  • বিবিধ
  • ক্ৰীড়া
  • জীৱন শৈলী
  • KK Fact Check
  • চৰ্চিত ফেচবুক পোষ্ট

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist