আৰক্ষীৰ জালত (Barpeta Police) পৰিল জন্মদাত্ৰী মাতৃক মৰিয়াই মৰিয়াই হত্যা (Murder) কৰা পাষণ্ড পুত্ৰ উত্তম পাল। উল্লেখ্য বৰপেটাৰোডৰ (Barpeta) খৈৰাবাৰীত পাষণ্ড পুত্ৰৰ হাতত প্ৰাণ গ’ল বৃদ্ধ মাতৃৰ। বৰপেটাৰোড আৰক্ষী চকীৰ অন্তৰ্গত খৈৰাবাৰীৰ মিলন বস্তীত সংঘটিত হৈছিল এই শোকাৱহ ঘটনা। পুত্ৰ উত্তম পালে মৰিয়াই মৰিয়াই হত্যা কৰিছিল জন্মদাত্ৰী মাতৃ জোৎস্না পালক।
প্ৰায় ৭০ বছৰীয়া বৃদ্ধাগৰাকীক পুত্ৰই সুৰাপান কৰি সদায় নিৰ্যাতন চলোৱা গুৰুতৰ অভিযোগ পৰিয়াল তথা স্থানীয় লোকৰ। তেনে নিৰ্যাতনৰ ফলতেই শুকুৰবাৰে নিশা মৃত্যু সাৱটি লয় বৃদ্ধাগৰাকীয়ে।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post