কি হৈছে যুৱ প্ৰজন্মৰ? কলিয়াবৰত (Kaliabar) সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ (Suicide Case) ঘটনা। কলিয়াবৰৰ বৰালিগাঁও ৰাতুলঘাটত কিশোৰৰ চিপ লৈ আত্মহত্যা (16 Years Old Boy Commited Suicide)। আত্মহত্যা কৰা কিশোৰজনৰ নাম চুজিত বৰ্মন।
কিশোৰজনক মাতৃয়ে বিদ্যালয়লৈ নোযোৱাৰ বাবে গালি পাৰিছিল। তাৰ পিছত খঙৰ ভমকত চৰম সিদ্ধান্ত ১৬ বছৰীয়া কিশোৰজনৰ। ঘৰৰ ভিতৰতে চীপ লৈ আত্মহত্যা কৰে কিশোৰজনে।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে কলিয়াবৰ থানাৰ আৰক্ষীৰ (Kaliabar Police) লোক। আৰু আৰক্ষী উপস্থিত হয় ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Photo & Input: অনুপ বৰা
Discussion about this post