উডষ্টক ’৬৯ সৰ্বকালৰ অন্যতম বিখ্যাত উৎসৱ। ইয়াক “হিপ্পী যুগৰ” ঠিক মাজভাগত আয়োজন কৰাৰ বাবে জনাজাত।
উডষ্টক ‘৬৯ আছিল নিউয়ৰ্কৰ বেথেলত অনুষ্ঠিত হোৱা “তিনিদিনীয়া সংগীত আৰু কলা উৎসৱ”। এই উৎসৱে ৪ লাখতকৈ অধিক দৰ্শকক আকৰ্ষণ কৰিছিল। ইতিহাসৰ অন্যতম বৃহৎ সংগীত উৎসৱ আছিল। য’ত আছিল দ্য গ্ৰেটফুল ডেড, জিমি হেণ্ড্ৰিক্স, জেনিছ জ’প্লিন আদি বহুকেইজন। ইয়াৰ উপৰিও ই আছিল টাই–ডাই ফেশ্বনৰ জন্মস্থান, মানুহে ঘৰতে বনোৱা চাইকেডেলিক ডিজাইনৰ চাৰ্ট বিক্ৰী কৰিছিল।
Discussion about this post