• Home
  • Privacy Policy
  • Terms & Conditions
Monday, July 21, 2025
Khatang Khabar
  • HOME
  • News
    • All
    • Assam
    • International
    • National
    • North-East
    4 symptoms indicating you have iron-deficiency anemia

    4 symptoms indicating you have iron-deficiency anemia

    Assam rocked by another gruesome murder case | Woman kills husbands with help of son

    Assam rocked by another gruesome murder case | Woman kills husbands with help of son

    Nokia changes its iconic brand logo in 60 years

    Nokia changes its iconic brand logo in 60 years

    মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)

    Lilakanta Mahanta Passes Away

    Lilakanta Mahanta Passes Away

    Assam: Noted academician Srutimala Duara passes away in Guwahati

    Assam: Noted academician Srutimala Duara passes away in Guwahati

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Assam: Five die in road accident while returning from wedding

    Assam: Five die in road accident while returning from wedding

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

  • Others
    • All
    • Education
    • Health
    • Politics
    4 symptoms indicating you have iron-deficiency anemia

    4 symptoms indicating you have iron-deficiency anemia

    Killing of Wild Elephant’s In Manas National Park

    Killing of Wild Elephant’s In Manas National Park

    Electric Flying Taxi by Madras IIT

    Electric Flying Taxi by Madras IIT

    High Blood Pressure

    High Blood Pressure

    Kataria Takes Over As Governor..

    Kataria Takes Over As Governor..

    কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা

    কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা

    গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।

    গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।

    Russia Ukraine War

    Russia Ukraine War

    Best wishes

    Best wishes

  • Sports
  • Lifestyle
    • All
    • Entertainment
    • Fashion
    • Food

    মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Woodstock 1969 – The Legend Never Dies

    Woodstock 1969 – The Legend Never Dies

    Alexa

    Alexa

    সংগীত নাটক একাডেমী বঁটা ।

    সংগীত নাটক একাডেমী বঁটা ।

    Photo

    Photo

    Bird

    Bird

    Patience is power

    Patience is power

  • KK Fact Check
  • Viral FB Post
No Result
View All Result
Khatang Khabar
  • HOME
  • News
  • Others
  • Sports
  • Lifestyle
  • KK Fact Check
  • Viral FB Post
নিৱনুৱালৈ চাকৰিঃ ৬০০ পদৰ বিজ্ঞাপন প্ৰকাশ, শীঘ্ৰেই কৰক আৱেদন…

মিচ ওৱৰ্ল্ড কিডচ্‌ নিকিতা বৰালৈ ৰাজ্যিক শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ খিতাপ, ২০২২

বিষাক্ত সুৰা সেৱন কৰি এই পৰ্যন্ত ৩০ জনৰ মৃত্যুঃ উত্তাল বিধানসভা...

নিৱনুৱালৈ চাকৰিঃ ৬০০ পদৰ বিজ্ঞাপন প্ৰকাশ, শীঘ্ৰেই কৰক আৱেদন…

এয়াৰপ’ৰ্ট অৰ্থৰিটি অফ ইণ্ডিয়া অৰ্থাত ভাৰতীয় বিমান প্ৰাধিকৰণত ওলাইছে চাকৰি।

Khatang Khobor by Khatang Khobor
December 15, 2022
in Uncategorized
0 0
Share on FacebookShare on Twitter

শিক্ষিত নিবনুৱালৈ ভাল খবৰ। এয়াৰপ’ৰ্ট অৰ্থৰিটি অফ ইণ্ডিয়া অৰ্থাত ভাৰতীয় বিমান প্ৰাধিকৰণত ওলাইছে চাকৰি। প্ৰাধিকৰণে খালী হৈ থকা প্ৰায় ৬০০ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

প্ৰকাশিত বিজ্ঞাপন অনুসৰি খালী হৈ থকা প্ৰায় ৬০০ পদৰ ভিতৰত আছে Junior Executive (Engineering) Civil (62), Junior Executive (Engineering) Electrical ( 84 ), Junior Executive-Electronics (440), Junior Executive-Architecture (10)।

এই পদসমূহৰ বিপৰীতে দৰমহাৰ নিৰিখ মাহে ৪০,০০০-১,৪০,০০০ টকা। পদসমূহৰ বাবে অনলাইনযোগে আবেদনৰ অন্তিম তাৰিখ ২১ জানুৱাৰী, ২০২৩।

বিজ্ঞাপন অনুসৰি Junior Executive (Engineering) পদৰ প্ৰাৰ্থীসকল Civil শাখাত Engineering / Technology স্নাতক উগ্ৰীধাৰী হ’ব লাগিব । Junior Executive ( Engineering) পদৰ প্ৰাৰ্থীসকল Electrical শাখাত Engineering / Technologyৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব ।

Junior Executive Electronics পদৰ প্রার্থীসকল Electronics/ Telecommunications / Electrical শাখাত Engineering / Technologyৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব । Junior Executive- Architecture পদৰ প্ৰাৰ্থীসকল Architecture বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীসকলৰ Council of Architectureত নাম পঞ্জীয়নভুক্ত হ’ব লাগিব।

আটাই কেইটা পদৰ বাবে প্ৰাৰ্থীসকলৰ বয়সৰ ২১ জানুৱাৰী, ২০২৩লৈ ২৭ বছৰৰ অধিক হ’ব নোৱাৰিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত বিধিগত ৰেহাই লাভ কৰিব।

এই পদসমূহৰ বাবে আবেদন কৰা চাকৰি প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ৩৩০ টকা আদায় দিব লাগিব। এছ চি, এছ টি, বিদ্যাংগ, মহিলা, প্ৰাক্তন কৰ্মচাৰী, মৃত কৰ্মচাৰীৰ পৰিয়ালৰ সদস্য আৰু আৰ্থিক ভাৱে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে এই আবেদন মাচুল পৰিশোধ কৰিব নালাগে।

  1. এই বিষয়ে আৰু অধিক তথ্যৰ বাবে এয়াৰপ’ৰ্ট অৰ্থৰিটি অফ ইণ্ডিয়াৰ ৱেবছাইটলৈ গৈ চাব পাৰিব।
Previous Post

মিচ ওৱৰ্ল্ড কিডচ্‌ নিকিতা বৰালৈ ৰাজ্যিক শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ খিতাপ, ২০২২

Next Post

বিষাক্ত সুৰা সেৱন কৰি এই পৰ্যন্ত ৩০ জনৰ মৃত্যুঃ উত্তাল বিধানসভা…

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • Accident case
  • Assam
  • B'DAY WISHES
  • Crime
  • Culture
  • Death
  • Education
  • Entertainment
  • Environment
  • Fashion
  • Food
  • Good Morning
  • Health
  • Horoscope
  • International
  • JOB
  • Lifestyle
  • National
  • News
  • North-East
  • Others
  • Politics
  • Sports
  • Uncategorized

Recent News

4 symptoms indicating you have iron-deficiency anemia

4 symptoms indicating you have iron-deficiency anemia

February 27, 2023
Assam rocked by another gruesome murder case | Woman kills husbands with help of son

Assam rocked by another gruesome murder case | Woman kills husbands with help of son

February 27, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • HOME
  • News
  • Others
  • Sports
  • Lifestyle
  • KK Fact Check
  • Viral FB Post

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist