IPS বিষয়া জি পি সিং হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালকপ্ৰধান, ঘোষণা মুখ্যমন্ত্ৰীৰ
৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। সেইদিনাই দায়িত্ব গ্ৰহণ কৰিব জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।
এই কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানত জি পি সিঙৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
Discussion about this post