গুৱাহাটীঃ অসমৰ গুৱাহাটীত মিউজিক মাষ্ট্রো আৰু অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমান। ১ ফেব্ৰুৱাৰীত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্ৰেমীসকলে এ আৰ ৰহমানৰ কণ্ঠদানৰ সাক্ষী হ’ব।
গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
আয়োজকসকলে উল্লেখ কৰিছে যে এ আৰ ৰহমান শ্ব’ সম্ভৱতঃ সমগ্ৰ উত্তৰ-পূবত আজিলৈকে অনুষ্ঠিত হোৱা আটাইতকৈ ডাঙৰ সংগীত অনুষ্ঠান হ’ব।
এ আৰ ৰহমান শ্ব’ৰ টিকট এতিয়া available online in “Book My Show and Paytm Insider” ত।
Discussion about this post