• Home
  • Privacy Policy
  • Terms & Conditions
Tuesday, July 22, 2025
Khatang Khabar
  • HOME
  • News
    • All
    • Assam
    • International
    • National
    • North-East
    4 symptoms indicating you have iron-deficiency anemia

    4 symptoms indicating you have iron-deficiency anemia

    Assam rocked by another gruesome murder case | Woman kills husbands with help of son

    Assam rocked by another gruesome murder case | Woman kills husbands with help of son

    Nokia changes its iconic brand logo in 60 years

    Nokia changes its iconic brand logo in 60 years

    মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)

    Lilakanta Mahanta Passes Away

    Lilakanta Mahanta Passes Away

    Assam: Noted academician Srutimala Duara passes away in Guwahati

    Assam: Noted academician Srutimala Duara passes away in Guwahati

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Assam: Five die in road accident while returning from wedding

    Assam: Five die in road accident while returning from wedding

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

  • Others
    • All
    • Education
    • Health
    • Politics
    4 symptoms indicating you have iron-deficiency anemia

    4 symptoms indicating you have iron-deficiency anemia

    Killing of Wild Elephant’s In Manas National Park

    Killing of Wild Elephant’s In Manas National Park

    Electric Flying Taxi by Madras IIT

    Electric Flying Taxi by Madras IIT

    High Blood Pressure

    High Blood Pressure

    Kataria Takes Over As Governor..

    Kataria Takes Over As Governor..

    কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা

    কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা

    গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।

    গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।

    Russia Ukraine War

    Russia Ukraine War

    Best wishes

    Best wishes

  • Sports
  • Lifestyle
    • All
    • Entertainment
    • Fashion
    • Food

    মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Woodstock 1969 – The Legend Never Dies

    Woodstock 1969 – The Legend Never Dies

    Alexa

    Alexa

    সংগীত নাটক একাডেমী বঁটা ।

    সংগীত নাটক একাডেমী বঁটা ।

    Photo

    Photo

    Bird

    Bird

    Patience is power

    Patience is power

  • KK Fact Check
  • Viral FB Post
No Result
View All Result
Khatang Khabar
  • HOME
  • News
  • Others
  • Sports
  • Lifestyle
  • KK Fact Check
  • Viral FB Post
বিমান উৰণ নিষিদ্ধ বিশ্বৰ ঐতিহাসিক স্থান সমূহ

Panorama warning sign no fly zone with Ukraine map

বিশিষ্ট অসমীয়া কবি নীলমণি ফুকনে বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

‘ড্ৰামা কুইন’ ৰাখী সাৱন্তক গ্ৰেপ্তাৰ

বিমান উৰণ নিষিদ্ধ বিশ্বৰ ঐতিহাসিক স্থান সমূহ

No Fly Zone

Khatang Khobor by Khatang Khobor
January 20, 2023
in International, National
0 0
Share on FacebookShare on Twitter

নো-ফ্লাই জ’ন স্থায়ী আৰু অস্থায়ী দুয়োধৰণৰ। যিকোনো ৰাষ্ট্ৰীয় বা অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে চৰকাৰে সেই স্থানটো কিছু সময়ৰ বাবে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰে।
বহুসময়ত যুদ্ধ ক্ষেত্ৰবোৰক নো-ফ্লাই জ’ন হিচাপেও ঘোষণা কৰা হয়। কিন্তু এইবোৰৰ বাহিৰেও বিশ্বৰ এনে কিছুমান ঠাই আছে যাক স্থায়ীভাৱে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে। জানো আহক –

ডিজনী পাৰ্ক, কেলিফৰ্ণিয়া (Known as the “Happiest Place on Earth”) :  ডিজনী পাৰ্ক সমগ্ৰ বিশ্বৰ লোকসকলৰ মাজত যথেষ্ট বিখ্যাত। এই ঠাইখন আপুনি কল্পনা কৰিব পৰাকৈ যাদুকৰী। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ ডিজনী পাৰ্কৰ ওপৰেৰে বিমান উৰণত নিষেধাজ্ঞা আছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ৯/১১ ৰ পিছত ডিজনী পাৰ্কৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এনে সিদ্ধান্ত তাৎক্ষণিকভাৱে লোৱা হৈছিল।

তিব্বত ( It’s nicknamed the “Roof of the World” for its towering peaks) : তিব্বতক পৃথিৱীৰ সৰ্বোচ্চ অঞ্চলসমূহৰ ভিতৰত এক সুকীয়া বুলি গণ্য কৰা হয়৷ এই অঞ্চলৰ গড় উচ্চতা প্ৰায় ১৬ হেজাৰ ফুট পৰ্যন্ত। ইয়াৰ ভিতৰত অৱস্থিত উচ্চ পৰ্বতবোৰৰ বাবে এই সুন্দৰ ঠাইখনত বিমান উৰণ নিষিদ্ধ কৰা হৈছে। এই ঠাইখন যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এক নো-ফ্লাই জ’ন ৰূপে চিহ্নিত কৰা হৈছে ৷

মাচু পিচু ( A symbol of the Incan Empire) : পেৰুৰ মাচু পিচু, পৃথিৱীৰ সাতটা আশ্চৰ্যৰ ভিতৰত এটা৷ ইয়ো নো-ফ্লাই জ’নত অন্তভুৰ্ক্ত । এই অঞ্চল বিখ্যাত পৰ্যটন স্থল ৷ যাক ভ্ৰমণ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা পৰ্যটকসকলে আহে। এই ঐতিহাসিক ঠাইখন দক্ষিণ আমেৰিকাৰ দেশ পেৰুত আছে। এই ঠাইখন উৰুবাম্বা উপত্যকাৰ ওপৰৰ এটা পাহাৰত সাগৰ পৃষ্ঠৰ পৰা ২,৪৩০ মিটাৰ উচ্চতাত অৱস্থিত। ঐতিহাসিক আৰু সাংস্কৃতিক গুৰুত্বৰ বাবে বিখ্যাত৷ লগতে কেৱল ইয়াতে বিকশিত হোৱা বিৰল বন্যপ্ৰাণী আৰু উদ্ভিদ জীৱনৰ সংখ্যাৰ বাবেও বিখ্যাত বুলি গণ্য কৰা হয় ৷।

মক্কা (The spiritual center of Islam) : বিশ্বৰ ইছলাম ধৰ্মী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক স্থান হিচাপে বিবেচিত কৰা হয় । কোনো যাত্ৰীবাহী বিমানক মক্কা আৰু বিশেষকৈ পবিত্ৰ কাবাৰ ওপৰেৰে উৰা মাৰিবলৈ অনুমতি দিয়া নহয়। এইটো হজ যাত্ৰাৰ অন্তিম গন্তব্য স্থান আৰু ইছলামধৰ্মী বিশ্বাসৰ কেন্দ্ৰ হোৱাৰ বাবে বিখ্যাত।

তাজমহল (Crown Palace) : ভাৰতৰ আগ্ৰাত অৱস্থিত৷ তাজমহল হৈছে বিশ্বৰ স্থাপত্যবিদ্যাৰ আটাইতকৈ প্ৰতিষ্ঠিত আৰু আটাইতকৈ ধুনীয়া ঐতিহ্য। ইউনেস্কোৱে ১৯৮৩ত তাজমহলক ইয়াৰ গুৰুত্ব বিবেচনা কৰি বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে মনোনীত কৰিছিল। কোনো বিমানে ইয়াৰ ওপৰেৰে উৰিব নোৱাৰে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০০৬ত তাজমহলক ভ্ৰমণকাৰী পৰ্যটকসকলৰ সুৰক্ষাৰ বাবে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰিছিল।

বামিংহাম পেলেচ (Administrative headquarters of the monarch of the United Kingdom) : ইউনাইটেড কিংডমৰ বাকিংহাম পেলেচো এক নো-ফ্লাই জ’নৰ অন্তভুৰ্ক্ত অঞ্চল। এইটো ব্ৰিটেইনৰ ৰজাৰ ৰাজহাউলি আৰু কাৰ্যালয় ৷ ইয়াক ইংৰাজ সকলে সন্মানৰ প্ৰতীক হিচাপে মান্যতা দি আহিছে । ব্ৰিটেইনৰ ৰাণী বা ৰজা ইয়াত বাস কৰে। প্ৰাসাদ আৰু ৰাজপৰিয়ালৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এনে সিদ্ধান্ত লোৱা হৈছিল। অৱশ্যে এতিয়া ব্ৰিটেইনৰ আন বহুতো ঠায়ো নো ফ্লাই জ’ন অঞ্চলত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ১০নং ডাউনিং ষ্ট্ৰীট, সংসদ ভৱন আৰু বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱন।

বাৰ্চিলোনা (known for its art and architecture) : স্পেইনৰ ৰাজধানী বাৰ্চিলোনাৰ গাৱাৰ অঞ্চলক পৰিৱেশগতভাৱে নো-ফ্লাই জ’ন হিচাপে ঘোষণা কৰা হৈছে। প্ৰাপ্ত তথ্যানুসৰি ইয়াৰ উদ্ভিদ-প্ৰাণী অতি বিৰল৷ যাৰবাবে চৰকাৰে তাৰ থকা বায়ু দূষিত হোৱাটো নিবিচাৰে। উল্লেখযোগ্য বিশ্ব ফুটবলৰ মহাতাৰকা ফুটবল খেলুৱৈ লিঅনেল মেছিৰ ঘৰটোও এই অঞ্চলত অৱস্থিত।

এই সকলোবোৰৰ বাহিৰেও পৃথিৱীৰ বহু ঠাইত অস্থায়ীভাৱে নো-ফ্লাই জ’নৰ নিয়ম বলবৎ কৰা হৈছে। নো-ফ্লাই জ’নৰ অৰ্থ হৈছে এনে এক এলেকা যাৰ ওপৰত যিকোনো ধৰণৰ বিমান, যুঁজাৰু বিমান, হেলিকপ্টাৰ উৰণত নিষেধাজ্ঞা বলবৎ থাকে । নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এনেবোৰ সিদ্ধান্ত লয় সংশ্লিষ্ট দেশবোৰৰ প্ৰশাসনে ।

Tags: InternationalNationalNo Fly Zone
Previous Post

বিশিষ্ট অসমীয়া কবি নীলমণি ফুকনে বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

Next Post

‘ড্ৰামা কুইন’ ৰাখী সাৱন্তক গ্ৰেপ্তাৰ

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • Accident case
  • Assam
  • B'DAY WISHES
  • Crime
  • Culture
  • Death
  • Education
  • Entertainment
  • Environment
  • Fashion
  • Food
  • Good Morning
  • Health
  • Horoscope
  • International
  • JOB
  • Lifestyle
  • National
  • News
  • North-East
  • Others
  • Politics
  • Sports
  • Uncategorized

Recent News

4 symptoms indicating you have iron-deficiency anemia

4 symptoms indicating you have iron-deficiency anemia

February 27, 2023
Assam rocked by another gruesome murder case | Woman kills husbands with help of son

Assam rocked by another gruesome murder case | Woman kills husbands with help of son

February 27, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • HOME
  • News
  • Others
  • Sports
  • Lifestyle
  • KK Fact Check
  • Viral FB Post

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist