ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা । কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ ১৬০ জন সদস্যই আজি আছুৰ পৰা অব্যাহতি লয়। ”বৰ্তমান কটনত আছুৰ কোনো গোট নাই ।”
এতিয়াৰে পৰা আছুৰ বেনাৰত কটনত কোনোধৰণৰ অনুষ্ঠান-কাৰ্যসূচী পাতিব নোৱাৰিব বুলিও ঘোষণা কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সভাপতি প্ৰাঞ্জল সোনোৱালৰ ।
কটন বিশ্ববিদ্যালয়ত আছু নিষিদ্ধ ঘোষণা কৰি আছু গোটৰ সভাপতি প্ৰাঞ্জল সোনোৱালে কয় “কটনে পাবলগীয়া মৰ্যাদা পোৱা নাই আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ পৰা এতিয়ালৈকে।”
Discussion about this post