নাজিৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা । নাজিৰাৰ চকীমুখৰ নিৰ্মলীয়া গাঁৱত সংঘটিত হৈছে এই জঘন্য হত্যাকাণ্ড।
দুৰামাৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰাঞ্জল মহন্তই সতীৰ্থ ভকত জয়নাথ বৰাক (৭০ বছৰীয়া) কুঠাৰেৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী মহন্তক আটক কৰি নিজৰ জিম্মাত লৈছে ।
Discussion about this post