গুৱাহাটীঃ গুৱাহাটীত ভিছা ষ্টাম্পিং সুবিধা আৰু মেডিকেল টেষ্ট চেণ্টাৰ স্থাপন কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে।
লোকসভাৰ সাংসদগৰাকীয়ে কয় যে এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক উপকৃত কৰিব যিসকলে বহিঃৰাজ্য ভ্ৰমণৰ মনস্থ কৰিছে।
বৰদলৈয়ে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰলৈ পত্ৰ লিখিছে বুলি জানিবলৈ দিয়ে আৰু লগতে তেখেতে কয় যে, সংসদৰ পৰৱৰ্তী অধিৱেশনতো এই বিষয়টো উত্থাপন কৰিব।
“Based on the feedback from my constituents, especially young students from Assam seeking to travel abroad for higher studies, I have written to Hon’ble Minister @DrSJaishankar regarding the need for a visa stamping facility and medical test centre in Guwahati,” Bordoloi said in a tweet.
Discussion about this post