১৩ ফেব্ৰুৱাৰী ১৯৪৬ চনত ৰাষ্ট্ৰসংঘৰ ৰেডিঅ’ স্থাপন কৰা হৈছিল বাবেই ১৩ ফেব্ৰুৱাৰীক বিশ্ব ৰেডিঅ’ দিৱস হিচাপে নিৰ্বাচিত কৰা হয় ।
১৯৭৪ চনত জেনেভাত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ’ সন্মিলন অনুষ্ঠিত কৰা হৈছিল। ২০১২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে আৰম্ভ কৰে এই দিৱসটো।
১৯২৩ চনৰ ২৩ জুলাইত ভাৰতত প্ৰথম সংগঠিত ৰেডিঅ’ সম্প্ৰচাৰ আৰম্ভ কৰে বম্বেৰ ৰেডিঅ’ ক্লাবে। ২০১০ চনৰ একেদিনাই ব্ৰিটিছ টেলেণ্ট শ্ব’ এক্স ফেক্টৰৰ “আইকনিক মিউজিক বেণ্ড ৱান ডাইৰেকচন” গঠন কৰা হয়, য’ত নিয়াল হ’ৰান, হেৰী ষ্টাইলছ, লিয়াম পেইন, জেন মালিক আৰু লুই টমলিনছন একত্ৰিত হয়।
এই বছৰৰ বিশ্ব ৰেডিঅ’ দিৱস ২০২৩ৰ বিষয়বস্তু হৈছে “ৰেডিঅ’ আৰু শান্তি”। থিমটোত ৰেডিঅ’ৰ প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তন আৰু উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
Discussion about this post