নেটফ্লিক্সে মুকলি কৰিছে চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ আগন্তুক ৱেব ছিৰিজ হীৰামণ্ডীৰ ষ্ট্ৰীমিং ডেবিউৰ প্ৰথম লুক আৰু টিজাৰ।
নাটকখনৰ অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে মনীষা কইৰালা, সোনাক্ষী সিনহা, অদিতি ৰাও হাইদাৰী, ৰিচা চাধা, শৰ্মিন ছেগল আৰু সঞ্জীদা শইখ।
Discussion about this post