Alexa : ভাৰতত এলেক্সা ব্যৱহাৰ কৰা সকলে এলেক্সাৰ মূল কণ্ঠস্বৰ আৰু পুৰুষসুলভ শব্দৰ মাতৰ শুনিবলৈ পাব।
আমাজনে বৃহস্পতিবাৰে কয় যে ইয়াৰ ভাৰ্চুৱেল সহায়কে ভাৰতত পাঁচ বছৰ সম্পূৰ্ণ কৰিছে। “প্ৰথমবাৰৰ বাবে, ভাৰতীয় ব্যৱহাৰকাৰীসকলে এলেক্সাৰ মূল কণ্ঠস্বৰ আৰু নতুন পুৰুষসুলভ কণ্ঠস্বৰৰ শুনিব পাৰিব। নতুন কণ্ঠই ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে সঁহাৰি দিব পাৰে বুলিও কয় আমাজনে।
ব্যৱহাৰকাৰীসকলে ইকো ডিভাইচত Alexa, change your voice বুলি কৈ কণ্ঠস্বৰ সলনি কৰিব পাৰিব। নতুবা এলেক্সা এপৰ এলেক্সাৰ ভইচ বাছনি কৰিব পাৰিব।
Discussion about this post