গোলাপী স্বৰভস্কি লেহেংগাৰ পৰা ৰয়েল আইভৰি শ্বেৰৱানীলৈ । নৱবিবাহিতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে বিবাহৰ সুখৰ ছবি শ্বেয়াৰ কৰি নিঃসন্দেহে সপোনময় বিবাহৰ ৰূপেৰে সকলোৰে হৃদয় জয় কৰিছে। কেপচনত লিখিছে, ““Ab Humari Permanent Booking Hogayi Hai” আমি আগন্তুক যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ আৰু মৰম বিচাৰো” হিন্দু পৰম্পৰা অনুসৰি Band Baaja and Baraat সৈতে বিবাহপাশত আবদ্ধ হয় দম্পতীহালে। কিয়াৰা আদৱানীয়ে বিয়াৰ দিনটোৰ বাবে বাছি লৈছিল মনীষ মালহোত্ৰাৰ হীৰা জুৱেলাৰী।
Discussion about this post