সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদে যশস্বী অভিনেত্ৰী চেতনা দাসলৈ আগবঢ়াইছে ২০২৩ বৰ্ষৰ শিল্পী সাধনা বঁটা ।
৯ জানুৱাৰীত গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত আমবাৰীৰ গুৱাহাটীপ্ৰেছ ক্লাৱৰ অনুষ্ঠিত হ’বলগীয়া সংগঠনটোৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অভিনেত্ৰী গৰাকীক এই সন্মান প্ৰদান কৰিব ।
Discussion about this post