• Home
  • Privacy Policy
  • Terms & Conditions
Monday, July 21, 2025
Khatang Khabar
  • HOME
  • News
    • All
    • Assam
    • International
    • National
    • North-East
    4 symptoms indicating you have iron-deficiency anemia

    4 symptoms indicating you have iron-deficiency anemia

    Assam rocked by another gruesome murder case | Woman kills husbands with help of son

    Assam rocked by another gruesome murder case | Woman kills husbands with help of son

    Nokia changes its iconic brand logo in 60 years

    Nokia changes its iconic brand logo in 60 years

    মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)

    Lilakanta Mahanta Passes Away

    Lilakanta Mahanta Passes Away

    Assam: Noted academician Srutimala Duara passes away in Guwahati

    Assam: Noted academician Srutimala Duara passes away in Guwahati

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Assam: Five die in road accident while returning from wedding

    Assam: Five die in road accident while returning from wedding

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

  • Others
    • All
    • Education
    • Health
    • Politics
    4 symptoms indicating you have iron-deficiency anemia

    4 symptoms indicating you have iron-deficiency anemia

    Killing of Wild Elephant’s In Manas National Park

    Killing of Wild Elephant’s In Manas National Park

    Electric Flying Taxi by Madras IIT

    Electric Flying Taxi by Madras IIT

    High Blood Pressure

    High Blood Pressure

    Kataria Takes Over As Governor..

    Kataria Takes Over As Governor..

    কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা

    কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা

    গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।

    গুৱাহাটীৰ বায়ু প্ৰদূষণে লৈছে ভয়ংকৰ ৰূপ।

    Russia Ukraine War

    Russia Ukraine War

    Best wishes

    Best wishes

  • Sports
  • Lifestyle
    • All
    • Entertainment
    • Fashion
    • Food

    মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (MIFF)

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Couple makes ‘history’ with longest underwater kiss on Valentine’s Day

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Guwahati theatre actor gets Ustad Bismillah Khan Yuva Puraska

    Woodstock 1969 – The Legend Never Dies

    Woodstock 1969 – The Legend Never Dies

    Alexa

    Alexa

    সংগীত নাটক একাডেমী বঁটা ।

    সংগীত নাটক একাডেমী বঁটা ।

    Photo

    Photo

    Bird

    Bird

    Patience is power

    Patience is power

  • KK Fact Check
  • Viral FB Post
No Result
View All Result
Khatang Khabar
  • HOME
  • News
  • Others
  • Sports
  • Lifestyle
  • KK Fact Check
  • Viral FB Post
দ্বিতীয় বিশ্বযুদ্ধৰ পাছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিয়ে।

দুখ নে হতাশা! পাৰ্থক্য কেনেকৈ জানিব আপুনি ?

Spare : যুৱৰাজ হেৰীৰ আত্মজীৱনী

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিয়ে।

ছদ্মনামৰ আঁৰৰ অসমীয়া লেখক

Khatang Khobor by Khatang Khobor
January 12, 2023
in Culture, Assam, Entertainment, Lifestyle
0 0
Share on FacebookShare on Twitter

বহু অসমীয়া মহামানৱৰ অতুলনীয় ৰচনাৰাজীৰ কৃপাত যথেষ্ট চহকী অসমীয়া সাহিত্যৰ ভৰাঁল।প্ৰতিজন অসমীয়াই আজি নিজৰ চহকী সাহিত্যক লৈ গৌৰৱাম্বিত। অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিৰ্দেশন চৰ্যাপদবোৰত পোৱা যায়। চৌধ্যশ শতিকাত ৰচিত হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’ পুথিৰ জৰিয়তে অসমীয়া সাহিত্যৰ পূৰ্ণাংগ ৰূপত লিখিত সাহিত্যৰ আদৰ্শ স্থাপন হৈছিল।আনহাতে, চৌধ্যশ শতিকাতে মাধৱ কন্দলীয়ে বাল্মিকীৰ ‘ৰামায়ণ’ অসমীয়ালৈ অনুবাদ কৰাৰ লগতে ৰুদ্ৰ কন্দলিয়ে ‘মহাভাৰত’ৰ ‘দ্ৰোণ পৰ্ব’ অনুবাদ কৰে। পোন্ধৰশ শতিকাত সৃষ্টি হয় দুৰ্গাবৰৰ ‘গীতি ৰামায়ণ’।এই শ্ৰেণীৰ সাহিত্যক পাঁচালী সাহিত্য বোলে।

আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন , মাইলছ ব্ৰনছন আদিৰ প্ৰচেষ্টাত ১৮৪৬ চনত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয়ৰ সময়ৰ পৰাই আৰম্ভ হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত অসমীয়া সাহিত্যলৈ ভাৱ, ভাষা, আংগিক সকলো ফালে নানা পৰিৱৰ্তনে দেখা দিলে। এই সময়ত ৰচিত কবিতা, চুটিগল্প, নাটক, উপন্যাস আদি সকলোতে নতুনত্বই দেখা দিলে। প্ৰতিভাৱান সাহিত্যিকৰ ন-ন সৃষ্টিয়ে বৰ্তমান অসমীয়া সাহিত্যক চহকী কৰি তুলিছে।

বহু সময়ত বহু সাহিত্যিকে নিজৰ সৃষ্টিক ছদ্মনামৰেও প্ৰকাশ কৰিছিল।ছদ্মনামৰ আঁৰত থকা প্ৰকৃত সাহিত্যকসকলৰ নামবোৰ জানিবলৈ মন নাযায়নে-

ছদ্মনাম                                প্ৰকৃত নাম

অজগৰ,স্বামী অভগানন্দ  –    ছৈয়দ আব্দুল মালিক
নীলা বাইদেউ  –  নিৰ্মল প্ৰভা বৰদলৈ
নিৰঞ্জন ফুকন –  ড০ হীৰেন গোঁহাই
এ নেটিভ  –   আনন্দৰাম ঢেকিয়াল ফুকন
বীনা বৰুৱা,ৰাস্না বৰুৱা   –  ড০ বিৰিঞ্চি কুমাৰ বৰুৱা
বাপচন্দ্ৰ ভাগৱতী   –   শৰ চন্দ্ৰ গোস্বামী
ভোলাই শৰ্মা   –  ৰজনীকান্ত বৰদলৈ
ভৱানন্দ পাঠক   –  ড০ বাণীকান্ত কাকতি
বিহগুটি বৰা   –  বেণুধৰ শৰ্মা
ধনবৰ কাই   –  মহিম বৰা
সৌৰভ কুমাৰ চলিহা    –  সুৰেন্দ্ৰ নাথ মেধি
ৰঞ্জু হাজৰিকা   –   কুমুদ চন্দ্ৰ হাজৰিকা
গুৰু দত্ত   –  গুণাভিৰাম বৰুৱা
ৰংমন    –  ৰবীন দে
পশুপতি ভৰদ্বাজ   –   উমাকান্ত শৰ্মা
চাৰু দত্ত     –    দীনেশ চন্দ্ৰ গোস্বামী
মামনি ৰয়ছম গোস্বামী    –  ড০ ইন্দিৰা গোস্বামী
নিৰ্মলা দেৱী    –  তীৰ্থনাথ শৰ্মা
সত্যপ্ৰিয় পাঠক,সঞ্জয়, প্ৰিয়বন্ধু    –  ড০ ভৱেন্দ্ৰ নাথ শইকীয়া
সৌৰভ কুমাৰ চলিহা    –   সুৰেন্দ্ৰ নাথ মেধি
শান্তনু তামুলী    –   প্ৰমোদ চন্দ্ৰ তামুলী
সীমা দত্ত     –  নৱকান্ত বৰুৱা
দদাই     –   কীৰ্তিনাথ হাজৰিকা
অস্তবক্ৰ     –   কমলাকান্ত ভট্টাচাৰ্য্য
বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া    –   বিষ্ণুপ্ৰসাদ ৰাভা
শ্ৰী হৰ্ষ     –   আনন্দ চন্দ্ৰ আগৰৱালা
কাঞ্চন বৰুৱা    –   ভূৱনমোহন বৰুৱা
ৰত্না তামুলী     –   প্ৰণৱ তামুলী
এণ্ডি খুৰা    –   ড০ নগেন দত্ত
শীলভদ্ৰ      –   ৰেৱতী মোহন দত্ত চৌধুৰী
সোণাৰাম চান্দ্ৰ      –   হেমচন্দ্ৰ বৰুৱা
সদানন্দ      –   লম্বোদৰ বৰা
ৰূপচন্দ্ৰ ভাগৱতী     –   শৰৎ চন্দ্ৰ গোস্বামী
ৰাম দাস গোস্বামী      –   ৰত্নেশ্বৰ মহন্ত
মনাই বৈৰাগী     –   মহেন্দ্ৰ নাথ ডেকা ফুকন
ৰাজেশ্বৰ হাজৰিকা      –   পবিত্ৰ কুমাৰ ডেকা
হয়বৰ অভয়পুৰীয়া     –    পাৰ্বতী প্ৰসাদ বৰুৱা
ভোলাই শৰ্মা     –    ৰজনীকান্ত বৰদলৈ
এজন অসমীয়া     –    সত্যনাথ বৰা

Tags: AssamAssamese WritersNational
Previous Post

দুখ নে হতাশা! পাৰ্থক্য কেনেকৈ জানিব আপুনি ?

Next Post

Spare : যুৱৰাজ হেৰীৰ আত্মজীৱনী

Discussion about this post

Khatang Khabar

আমি অসমৰ স্থানীয় সংবাদ মাধ্যম। আমি এক যুৱ,স্বতন্ত্ৰ মঞ্চ। আমি গঢ়িম ন-ধাৰণাৰে আকৰ্ষণীয় সাংবাদিকতা

Browse by Category

  • Accident case
  • Assam
  • B'DAY WISHES
  • Crime
  • Culture
  • Death
  • Education
  • Entertainment
  • Environment
  • Fashion
  • Food
  • Good Morning
  • Health
  • Horoscope
  • International
  • JOB
  • Lifestyle
  • National
  • News
  • North-East
  • Others
  • Politics
  • Sports
  • Uncategorized

Recent News

4 symptoms indicating you have iron-deficiency anemia

4 symptoms indicating you have iron-deficiency anemia

February 27, 2023
Assam rocked by another gruesome murder case | Woman kills husbands with help of son

Assam rocked by another gruesome murder case | Woman kills husbands with help of son

February 27, 2023
  • Home
  • Privacy Policy
  • Terms & Conditions

© 2021 Developed & Maintained by ClickNext

No Result
View All Result
  • HOME
  • News
  • Others
  • Sports
  • Lifestyle
  • KK Fact Check
  • Viral FB Post

© 2021 Developed & Maintained by ClickNext

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist