Odisha : মৃত্যুৰ স’তে যুঁজী হাৰ মানিলে , উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসে
আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰিলে উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসে ভুৱনেশ্বৰৰ এখন চিকিৎসালয়ত ।
ঘটনাটো দেওবাৰে দুপৰীয়া উৰিষ্যাৰ ঝাৰচুগুড়া জিলাৰ ব্ৰজৰাজনগৰৰ গান্ধী চকৰ সমীপত সংঘটিত হয় । উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসক এজন আৰক্ষী বিষয়াই গুলীচালনা কৰিছিল । স্বাস্থ্য মন্ত্ৰী নৱ কিশোৰ দাসৰ বুকুত দুটাকৈ গুলী লাগিছিল।
Discussion about this post