ডিব্ৰুগড়ত নিজ গৃহতে এজন চিকিৎসকক হত্যাৰ চেষ্টা।
ডাঃ গীতাৰ্থ শইকীয়াক প্ৰহাৰ কৰে দুজন যুৱকে৷ আক্ৰমণত গুৰুতৰভাবে আহত হোৱাৰ লগতে কাণ এখন চিগি যায় বুলি জানিব পৰা গৈছে।
গীতাৰ্থ শইকীয়া বৈৰাগীমঠৰ কিৰণ শইকীয়া আৰু ৰুমা শইকীয়াৰ পুত্ৰ । মাজুলিত চিকিৎসক হিচাপে ইণ্টাৰ্ণশ্বিপ কৰি ডাঃ গীতাৰ্থ শইকীয়াই মাজুলিৰ পৰা আহি নিজ গৃহত উপস্থিত হোৱাৰ পিছতে এই ভয়ানক আক্ৰমণ সংঘতিত হয়। চিকিৎসকজন বৰ্তমান সংকট অৱস্থাত আছে।
Discussion about this post