News

দৰঙী ভাষাৰ ‘উপসৰ্গ’ই লাভ কৰিলে ৰাষ্ট্ৰীয় স্বীকৃতি…

অসমৰ চলচ্চিত্ৰ বাবে এটি অতি গৌৰৱ তথা আনন্দৰ খবৰ যে ২০২২ বৰ্ষৰ ভাৰতীয় চলচ্চিত্ৰ প্ৰতিষ্ঠান (ইণ্ডিয়ান ফিল্ম ইনষ্টিটিউট)ৰ দহখন শ্ৰেষ্ঠ...

Read more

ভাৰতীয় সেনাই গ্ৰুপ ‘চি’ৰ নিযুক্তি সম্পৰ্কীয় এক বিজ্ঞাপন প্ৰকাশ কৰিছে।

ভাৰতীয় সেনাই নিযুক্তি সম্পৰ্কীয় এক বিজ্ঞাপন প্ৰকাশ কৰিছে। গ্ৰুপ 'চি'ৰ বিভিন্ন পদৰ বাবে প্ৰকাশিত এই বিজ্ঞাপন অনুসৰি আৱেদনৰ অন্তিম তাৰিখ...

Read more

‘ড্ৰামা কুইন’ ৰাখী সাৱন্তক গ্ৰেপ্তাৰ

বলীউদৰ বহু বিৰ্তকিত ‘ড্ৰামা কুইন’ ৰাখী সাৱন্তক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ। সময়ে সময়ে বহু বিৰ্তকিত কাৰ্য্যকলাপৰে বাতৰি শিৰোনামা দখল কৰা...

Read more

বিমান উৰণ নিষিদ্ধ বিশ্বৰ ঐতিহাসিক স্থান সমূহ

নো-ফ্লাই জ’ন স্থায়ী আৰু অস্থায়ী দুয়োধৰণৰ। যিকোনো ৰাষ্ট্ৰীয় বা অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে চৰকাৰে সেই স্থানটো কিছু সময়ৰ বাবে নো-ফ্লাই...

Read more

বিশিষ্ট অসমীয়া কবি নীলমণি ফুকনে বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

বিশিষ্ট অসমীয়া কবি নীলমণি ফুকনে বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে ১১:৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতক সংকটজনক...

Read more

জ্যোতিষশাস্ত্ৰ অনুসৰি জেঠীয়ে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে, আপোনাক ক’ব পাৰে কি ভাল আৰু কি বেয়া …

জেঠী (হেমিডাইক্টালাছ, ইং: Hemidactylus সাধাৰণ নাম- house geckos) হ'ল গেক' পৰিয়ালৰ অন্তৰ্গত এটা গণ। ইহঁতৰ প্ৰায় ৯০ বিধ প্ৰজাতি আছে।...

Read more

বিজেপিৰ সভাপতি জে পি নাড্ডাৰ দায়িত্ব সম্প্ৰসাৰণ

বিজেপিৰ মুৰব্বী জগত প্ৰকাশ নাড্ডা অহা বছৰৰ জুনলৈকে দলটোৰ মুৰব্বী হৈ থাকিব ৷ দলটোৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে...

Read more

জানো আহক ৬৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা পাঁচতাৰকা হোটেল’ গংগা বিলাস ক্ৰুজ’ৰ গৰাকী কোন ?

পৃথিৱীৰ সৰ্ববৃহৎ নদীত চলা ক্ৰুজ ‘গংগা বিলাস ক্ৰুজে’ ইয়াৰ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে । উত্তৰ প্ৰদেশৰ ঐতিহাসিক তীৰ্থনগৰী বাৰাণসীৰ পৰা...

Read more
Page 18 of 34 1 17 18 19 34

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist