Khatang Khobor

Khatang Khobor

ভাৰতবৰ্ষৰ মাতৃসকলৰ বাবে দেশজুৰি Slurrp Farm আৰু অনুষ্কা শৰ্মাৰ ৰেলী

ভাৰতবৰ্ষৰ মাতৃসকলৰ বাবে দেশজুৰি Slurrp Farm আৰু অনুষ্কা শৰ্মাৰ ৰেলী

মুম্বাইত অনুষ্ঠিত হোৱা হাই ডেচিবেল অনুষ্ঠানত Yes Moms ৰ আৰম্ভণি কৰিছিল বলীউডৰ অভিনেত্ৰী, এগৰাকী দায়িত্বশীল মাতৃ আৰু Slurrp Farm ৰ...

74th Republic Day

74th Republic Day

কৰ্তব্য পথত ভাৰতৰ শক্তি, বীৰযোদ্ধা লাচিতৰ পৰা দেশৰ নাৰী শক্তিলৈকে শোভাযাত্ৰাত প্ৰদৰ্শন। দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস । ৰাজধানী দিল্লীত...

সৰস্বতী (সংস্কৃত: सरस्वती) হ’ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী।

সৰস্বতী (সংস্কৃত: सरस्वती) হ’ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ দেৱী।

ওঁ সৰস্বতী মহাভাগে বিদ্যে কমললোচনে। বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমোহস্তুতে।। সৰস্বতী (সংস্কৃত: सरस्वती) হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ...

বৃহস্পতিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৪ সংখ্যক গণৰাজ্য দিৱস।

বৃহস্পতিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৪ সংখ্যক গণৰাজ্য দিৱস।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমৰ ১৫ গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পদক। বৃহস্পতিবাৰে দেশবাসীয়ে উদযাপন কৰিব ৭৪ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত...

লাডাখৰ সমাজ সংস্কাৰক সোণম ৱাংচুকে অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনাৰ পৰা পাঁচ দিনলৈ অনশন ধৰ্মঘট কৰিব ।

লাডাখৰ সমাজ সংস্কাৰক সোণম ৱাংচুকে অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ দিনাৰ পৰা পাঁচ দিনলৈ অনশন ধৰ্মঘট কৰিব ।

বলিউদৰ হিট ছবি 'থ্ৰী ইডিয়টছ'ৰ প্ৰধান চৰিত্ৰৰ অনুপ্ৰেৰণা আছিল লাডাখৰ সমাজ সংস্কাৰক সোণম ৱাংচুক । সোণম ৱাংচুকে অহা ২৬ জানুৱাৰীৰ...

আজি ২৫ জানুৱাৰী চিত্ৰগৃহত অভিনেতা শ্বাহৰুখ খানৰ বহু প্রতীক্ষিত চলচ্চিত্র ‘পঠান’

আজি ২৫ জানুৱাৰী চিত্ৰগৃহত অভিনেতা শ্বাহৰুখ খানৰ বহু প্রতীক্ষিত চলচ্চিত্র ‘পঠান’

মুক্তিৰ পূৰ্বেই শ্বাহৰুখ খানৰ বহু প্রতীক্ষিত চলচ্চিত্র ‘পঠান’-এ  অগ্রিম টিকট বিক্ৰীৰ ক্ষেত্ৰত বলিউডত নতুন অভিলেখ ৰচিলে। অগ্রিম টিকট বিক্ৰীৰ ক্ষেত্ৰত...

শ্ৰদ্ধা ৱালকাৰক কি কাৰণে হত্যা কৰিছে তেওঁৰ প্ৰেমিক আফতাব আমিন পুনাৱালাই ?

শ্ৰদ্ধা ৱালকাৰক কি কাৰণে হত্যা কৰিছে তেওঁৰ প্ৰেমিক আফতাব আমিন পুনাৱালাই ?

শ্ৰদ্ধা ৱালকাৰক কি কাৰণে হত্যা কৰিছে তেওঁৰ প্ৰেমিক আফতাব আমিন পুনাৱালাই ? আফতাবৰ বিৰুদ্ধে ছয় হেজাৰৰ অধিক পৃষ্ঠাৰ অভিযোগ পত্ৰত,...

Page 16 of 40 1 15 16 17 40

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist