তেজপুৰঃ অসমৰ শোণিতপুৰ জিলাত শুকুৰবাৰে (২৪ ফেব্ৰুৱাৰী) সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনা সাক্ষাৎ কৰি থিতাতে মৃত্যু হয় কমেও পাঁচজনকৈ লোকৰ।
অসমৰ শোণিতপুৰ জিলাৰ বালিপাৰাৰ পৰা বিয়াত অংশগ্ৰহণ কৰি তেজপুৰলৈ উভতি অহাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।
অসমৰ শোণিতপুৰ জিলাৰ বালিপাৰাৰ সমীপৱৰ্তী পথৰ কাষৰ খাৱৈত খুন্দা মৰাৰ ফলত তেওঁলোকে যাতায়ত কৰা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত খুন্দা মৰাৰ ফলত সংঘটিত হয়।
Discussion about this post