এফালৰ পৰা জুইৰ গ্রাসত পৰে সমগ্র যোৰহাটৰ চ’ক বজাৰ। বৃহস্পতিবাৰ সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।
জ্বলি ছাই যায় শতাধিক সৰু-বৰ ব্যৱসায়িক প্রতিষ্ঠান।
গোলাঘাট, শিৱসাগৰ পৰা অনা লগতে অইল, ONGC, মৰিয়নি, টীয়কৰ পৰাও অনা হয় অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্রপাত হোৱা বুলি সন্দেহ কৰা হৈছে।
Discussion about this post