এইবাৰৰ ভেলেণ্টাইন ডে’ত পানীৰ তলত আটাইতকৈ দীঘলীয়া চুমা খোৱাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ।
তিনিদিনীয়া অনুশীলন আৰু দৃঢ়তাৰে দম্পতী বেথ নিল আৰু মাইলছ ক্লাউটিয়ে মালদ্বীপৰ LUX* চাউথ আৰি এটল ৰিজ’ৰ্টত ইনফিনিটি পুলত ৪ মিনিট আৰু ৬ ছেকেণ্ডৰ চুমাৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে।
ইয়াৰ পূৰ্বে ৩ মিনিট ২৪ ছেকেণ্ডৰ অভিলেখ ১৩ বছৰ পূৰ্বে গিনিজ ৱৰ্ল্ড অৱ ৰেকৰ্ডছৰ ইটালীৰ স্পিন অফত গঢ়ি তোলা হৈছিল।
Discussion about this post