যোৰহাটৰ টীয়কত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড। এজন ব্যক্তিয়ে আন এজন ব্যক্তিক হত্যা কৰি মুণ্ড লৈ আহি থকা অৱস্থাত টীয়কৰ লাহদৈগড় আৰক্ষীয়ে আটক কৰিছে লোকজনক। বন্ধুক শিৰচ্ছেদ কৰি ছিন্নমুণ্ড ভৰাই আনিছিল বেগত।
জানিব পৰা মতে মুণ্ড লৈ আহি থকা লোকজনৰ নাম লোহিত গগৈ।
এইবোৰ কেনেধৰণৰ মানসিকতা !
আমি মানৱ জাতিটো কোনফালে গতি কৰি আছো ! কাকো -কোনেও বিশ্বাসত লব নোৱাৰা সময় আহি পৰিল !
Discussion about this post