বিশ্বৰ আটাইতকৈ দীঘল River Cruise জাহাজ সেৱা গংগা বিলাস আজি ইয়াৰ ৪২ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰি বিয়লি ৩:৩০ বজাত গুৱাহাটীত প্ৰৱেশ কৰিছেহি ৷
গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰাৰ লগে-লগে জাহাজখনৰ ২৮ গৰাকী বিদেশী পৰ্যটকক ভাৰতীয় অন্তর্দেশীয় জলমাৰ্গ প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ তৰফৰপৰা উষ্ম সাদৰ- সম্ভাষণ আৰু আতিথ্য প্ৰদান কৰা হয়।
অত্যাধুনিক গংগা বিলাস জাহাজখনক এছ এল সোৱণশিৰি আৰু এইচ পি টি আম্বেদকাৰ জাহাজ দুখনে ধুবুৰী বন্দৰৰপৰা আগবঢ়াই আনিছে ।
Discussion about this post