গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। গীতা মন্দিৰ পাহাৰত চলাব নোৱাৰিব কোনো নিৰ্মাণ কাৰ্য। গীতা মন্দিৰ পাহাৰত নিৰ্মাণ কাৰ্যৰ বাবে লাগিব কেন্দ্রৰ অনুমতি। আৰক্ষী থানা নিৰ্মাণৰ বাবে বিগত বৰ্ষত চলিছিল বনধ্বংস কাৰ্য। এই কাৰ্যৰ বিৰোধিতাৰে গুৱাহাটীত ৫২/২০২১ নম্বৰত PIL দাখিল কৰিছিল দ্বিজেন ভট্টাচাৰ্যই।
এই PILৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। গীতা মন্দিৰ পাহাৰত নিৰ্মাণ কৰিব নোৱাৰিব আৰক্ষী থানা।
Discussion about this post