১৯৬০ চনৰ Sex Symbol অভিনেত্ৰী ৰাকেল ৱেলচৰ বুধবাৰে ৮২ বছৰ বয়সত মৃত্যু।
জো ৰাকেল ৱেলচ আছিল এগৰাকী আমেৰিকান অভিনেত্ৰী। ৱেলচে প্ৰথমে ফেণ্টাষ্টিক ভয়েজত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, তাৰ পিছত তেওঁ 20th Century Fox সৈতে চুক্তিবদ্ধ হৈছিল। ৱেলচে ব্ৰিটিছ ষ্টুডিঅ’ হামাৰ ফিল্ম প্ৰডাকচনৰ প্ৰাগঐতিহাসিক কল্পনা নাটক One Million Years B.C. অভিনয় কৰিছিল।
ৰাকেল ৱেলচৰ One Million Years B.C. সংলাপ মাত্ৰ কেইটামান শাৰীৰ আছিল, কিন্তু হৰিণাৰ ছালৰ বিকিনি পিন্ধি তোলা প্ৰচাৰমূলক ষ্টিল ফটো এখনে তেওঁক বেষ্ট চেলিং পিন-আপ আৰু বিশ্বব্যাপী প্ৰতীক কৰি তুলিছিল (১৯৬৬)।
Discussion about this post