শোকাৱহ ঘটনা, কাপোৰ মেলিবলৈ গৈ পেয়িং গেষ্টৰ ছাঁদৰ পৰা পৰি কৰুণ মৃত্য়ু ছাত্ৰীৰ।
মৃত ছাত্ৰীগৰাকীৰ নাম ঋষিতা দাস বুলি জানিব পৰা গৈছে। ছাত্ৰীগৰাকীৰ ঘৰ বজালীৰ বাঘমাৰাত।
পাঠশালাৰ কৃষ্ণনগৰৰ ধীৰেন চৌধুৰীৰ ঘৰত পেয়িং গেষ্ট হিচাপে আছিল।
ঋষিতা দাস পাঠশালা কৃষ্ণকান্ত সন্দিকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰী আছিল।
Discussion about this post