গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ সন্দীপ মেহতাই । ৰাজভৱনৰ দৰবাৰ হলত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত ন্যায়াধীশ সন্দীপ মেহতাক শপত বাক্য পাঠ কৰোৱালে প্ৰফেছৰ জগদীশ মুখীয়ে ৷
১৯৮৬ চনত তেওঁ অধিবক্তা হিচাপে ওকালতি জীৱন আৰম্ভ কৰে।
Discussion about this post