নগাঁৱত অধিবক্তাৰ বাহনত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) ৰূপজ্যোতি কলিতা আৰু এছ আই জোনমণি ৰাভাৰ নেতৃত্বত মৰিকলঙত চলোৱা অভিযানত অধিবক্তাৰ গাড়ীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হয়। আৰক্ষীয়ে অধিবক্তা মুনমুন হক আৰু ইফটিকাৰ হুছেইনক আটক কৰে।
AS 25 DC 2358 নম্বৰৰ গাড়ীখনৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ হৈছে ।
।
Discussion about this post