সাৰদা কেলেংকাৰীৰ বিৰুদ্ধে কলকাতা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ (ED) অভিযান।
এই অভিযানত প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ অনুভূতি প্ৰিণ্টাৰ্ছ, পি চিদাম্বৰৰ পত্নী নলিনী চিদাম্বৰমৰ সম্পত্তি বাজেয়াপ্ত।
পি চিদাম্বৰমৰ পত্নী নলিনী চিদাম্বৰময়ে সাৰদাৰ ‘consultant’ হিচাপে কাম কৰিছিল।
Discussion about this post